দৈনিক ৰাশিফল ২৪ এপ্ৰিল ২০২৬

24

১০ ব’হাগ, শুক্ৰবাৰ, ইং ২৪ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব , কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হব পাৰে, মনত দুখ পাবলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ লগ বন্ধুৰ বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ছোৱালী সকলৰ মাজত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, উত্তম কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি খৰচৰ ওপৰত নজৰ ৰখাটো ভাল হ’ব।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ’ব, আজি পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য সন্তানৰ চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য মিছা অপৱাদ পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত নতুন নতুন সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ঘৰুৱা ধন- সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত বুদ্ধি নাশ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পাৰিবাৰিক মনোমালিন্য বা অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.