দৈনিক ৰাশিফল ৩ জুলাই ২০২৬

14

১৮ আহাৰ, শুক্ৰবাৰ, ইং ৩ জুলাই ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ধন- সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল পৰিৱেশ লাভ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য অস্থিৰ হ’ব পাৰে, চোৰৰ পৰা সাৱধান হ’ব, লগতে আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান হ’ব নহ’লে বিশ্বাসঘাতকতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলৰ বিবাহৰ যোগ দেখা যায়, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দূৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে, ছোৱালী সকলে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, কৰ্মত সন্মান বাঢ়িব যদিও আজি ছাত্ৰ ছাত্ৰী সকলে বিদ্যা আহৰণ জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য অভাৱ অভিযোগ সন্মুখীন হ’ব পাৰে লগতে আজি ব্যৱসাযি সকলে নিজ নিজ ব্যৱসায় বানিজ্যত সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, উকীল সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত অশান্তি সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে লগ বন্ধুৰ লগত মনোমালিন্য বা হানি হ’ব পাৰে লগতে আজি আপোনাৰ পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলৰ বিবাহৰ যোগ দেখা যায়, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য চঞ্চল হ’ব পাৰে, লগতে আজি আপোনাৰ লগ বন্ধু বা আত্মীয়ৰ পৰিয়ালৰ লগ বিশ্বেদ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.