ৰেচিপি
পুলিপিঠা
কি কি লাগিব ঃ
পিঠাৰ বাবে ঃ
আধা কাপ জহা চাউলৰ পিঠাগুডি, নিমখ এচিকুট আৰু পানী আধাকাপ ৷
পূৰৰ বাবে লাগিব ঃ
নাৰিকল এফাল ৰুকি লোৱা, গুড় এবাটি আৰু ইলাচী এটা ৷
বনোৱা পদ্ধতি ঃ
জহা চাউলখিনি ধুই এক ঘণ্টামান তিয়াই ৰাখি পিছত পানীৰ পৰা…