আঁঠুৰ বিষ আৰু আয়ুর্বেদ

ডাঃ ৰীমা ভট্টাচার্য আয়ুর্বেদিক মেডিচিন বিশেষজ্ঞ দৈনন্দিন জীৱনত কাম–কাজসমূহ নিয়মীয়াকৈ চলাই নিবলৈ মনৰ উৎসাহৰ প্রয়োজন আৰু শাৰীৰিক সুস্থতাই হল মনৰ উদগনিৰ মূল উৎস৷ বর্তমান সময়ত বিলাসী জীৱন যাপন বাঢ়িছে যদিও পুৱা শুই উঠাৰ পৰা ৰাতি আজৰি হোৱালৈ…

সুস্বাদু আৰু স্বাস্থ্য উপকাৰী বগৰী চাহ

স্বপ্না দাস বগৰী আমাৰ তেনেই চিনাকি এবিধ ফল। এতিয়া বিভিন্ন জাত আৰু নানা সোৱাদৰ বগৰী আমি সহজেই পাওঁ যদিও বগৰী বুলিলে আমাৰ বাৰীয়ে-বননিয়ে গজা বগৰীবিধৰ কথা প্ৰথমতে মনলৈ আহে। সামান্য টেঙাৰে পৰিচিত বগৰীৰ সোৱাদ সুকীয়া। বাস্তৱত সামগ্ৰিকভাৱে ই…

বিশ্ব বৃক্ক দিৱসৰ আঁত ধৰি

ডাঃ নিতুল বৈশ্য প্রতি বছৰে মার্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় কিডনী দিৱস পালন কৰা হয়। এই হিচাপে এই বছৰ অৰ্থাৎ ২০২৫ চনৰ ১৩ মার্চ তাৰিখ বৃহস্পতিবাৰে বিশ্বজুৰি ৯০ খনতকৈও অধিক দেশত এই দিবস পালন কৰা হৈছে। International Society of…

অৰ্ধপৰিবাহী উদ্যোগৰ লগত জড়িত কেৰিয়াৰ

 ড° বুলজিৎ বুঢ়াগোহাঁই অৰ্ধপৰিবাহী উদ্যোগ (Semiconductor Industry) হৈছে এক উচ্চ প্ৰযুক্তিৰ উদ্যোগ, য’ত অৰ্ধপৰিবাহী পদাৰ্থ (semiconductor materials) ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক যন্ত্ৰ আৰু উপাদান উৎপাদন কৰা হয়। অৰ্ধপৰিবাহী…

কৃত্ৰিম বুদ্ধিমত্তাৰ অপেছাদাৰী চাকৰিৰ ভৱিষ্যত

ডাঃ কৰুণা হাজৰিকা আজি সমগ্ৰ বিশ্ৱই কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৱাৰা পৰিচালিত বিভিন্ন প্ৰযুক্তিৰ ফলত সকলো দিশতে নতুন নতুন পদক্ষেপ লৈ আগবঢ়া দেখা গৈছে  আৰু সফল হোৱাও পৰিলক্ষিত হৈছে । ই নিশ্চয়কৈ ভবিষ্য়তত সকলো দিশতে আমুল পৰিবৰ্তন আনিব বুলি ধাৰণা…

আলজেইমাৰ ৰোগ আৰু প্রতিপাল সম্পৰ্কীয় কিছু পৰামর্শ

লুকীমা বৰুৱা খাদ্যবিশেষজ্ঞা, আদিত্য ডায়েগনষ্টিক এণ্ড হাস্পতাল, ডিব্রুগড় বয়স বাঢ়ি অহাৰ লগে লগে বহু মানুহৰ ক্ষেত্রত দেখা যায় যে তেওঁলোকে সঘনাই কথা পাহৰে, মানুহ চিনি নাপায়, দৈনন্দিন কাম–কাজ, চলা–ফিৰা আগৰ দৰে কৰিব নোৱাৰে, খোৱা–বোৱা কৰিবলৈ…

গল্প : সিদ্ধাংগনা

ৰীতা দেৱী কক কক কুকুৰাজনীৰ ডাকত সাৰ পাই উঠিল আইধানু। এইকেইজনীৰ উৎপাতত অকমান দেৰিকৈ শো বুলিও শুব নোৱাৰি। বেচি উৎপাত কৰিলে মাক- দেউতাকৰ অসুবিধা হ'ব বুলি উঠি আহিল বিচনাৰ পৰা। কুকুৰাৰ গড়ালটোৰ দুৱাৰখন খুলি দিলে। কক ককাই গোটেইকেইজনী বাহিৰলৈ…

জেতুকাৰ ৰঙেৰে…  জেতুকাৰ কথাৰে…

ড° শান্তনা বৰদলৈ সুধাকণ্ঠ  ড° ভূপেন হাজৰিকাই ব'হাগৰ অনুভৱত গাইছিল- " হাততো জেতুকা , ভৰিতো জেতুকা, কোনে দিলে জেতুকাৰ পাত, ব'হাগৰ বিহুতে অসমৰ ৰাইজক সাদৰে লগাইছো মাত---" সঁচাকৈয়ে অসমীয়া সমাজত ব'হাগৰ বিহুত "জেতুকা " এক অভিন্ন অংগৰাগ আৰু…

শুৱালকুছিৰ বস্ত্ৰশিল্পৰ এক অৱলোকনঃ জ্যেষ্ঠৰ পৰা নতুন প্ৰজন্মলৈ

দিলীপ মেধি  “এক গাওঁ এক শিল্প“ ৰ অনন্য উদাহৰণ শুৱালকুছি ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে অৱস্হিত কামৰূপ জিলাৰ এখন ঘন জনবসতিপূৰ্ণ গাওঁ শুৱালকুছি ৷ ভাৰতৰ বহু কেইটা বৈচিত্ৰময় থলুৱা উদ্যোগৰ অন্যতম হল শুৱালকুছিৰ বস্ৰশিল্প ৷ বিশুদ্ধ পাট-মুগাৰে অসমৰ…

চুটিগল্প : চুচুক-চামাক

ইন্দুনিভা বৰা মালতীৰ মাহেকীয়া নোহোৱা পষেকেই পাৰ হ'ল। তাই বিয়া হৈ অহা তিনি মাহ হৈছেহে মাথোঁ।গাত বাৰু লেথা লাগিলেই নেকি? শাহুৱেকে তাইক এবাৰ ডাক্তৰৰ ওচৰৰ পৰা আহিবলৈ কৈ আছে। কিন্তু লাজে ভয়ে বেৰি ধৰাত তাই ইটো সিটো কৈ ডাক্তৰৰ ওচৰলৈ যোৱা…