Author
admin
ৰূপকথাৰ নায়ক প্রমথেশ বৰুৱা
বর্ণালী কটকী ওজা
ভাৰতীয় চলচিচত্র জগতৰ এটি উজ্জ্বল নক্ষত্র অসমপুত্র প্রমথেশ বৰুৱা ৷ প্রমথেশ বৰুৱাৰ জীৱনৰ শ্রেষ্ঠতম কৃতিত্ব হল চলচিচত্রৰ মাধ্যমেৰে তেওঁ আধুনিক যুগৰ ভেটি সুদৃ কৰিছিল ৷ চলচিচত্রৰ ইতিহাস, বিকাশ, আংগিক, কলা–কৌশল ইত্যাদিৰ ন ন…
যাত্রাপথৰ আনন্দ
পল্লৱী শইকীয়া
মনৰ অৱসাদ দূৰ কৰিবৰ বাবেহ হওক বা জ্ঞান আহৰণৰ বাবেই হওক কিতাপৰ শব্দ বিন্যাসত বিচৰণ কৰি ফুৰোঁতেই কেতিয়াবা কৰবাত পঢ়িবলৈ পাইছিলো যে ৰাস্তাবোৰ নির্মাণ কৰা হয় যাত্রাৰ বাবে, গন্তব্য স্থানপ্রাপ্তিৰ বাবে নহয় ৷ কথাষাৰ জুকিয়াই চাওঁতেহে…
খং বা ক্রোধ বনাম মৌলিক সৃষ্টি
প্রণতি দেৱী শর্মা
খং আমাৰ মৌলিক আৱেগ ৷ এহাতে ই যেনেকৈ এটা মাৰাত্মক ব্যাধি, আনহাতে ই আমাৰ পৰমহিতৈষী ৷ এই পৃথিৱীত এনে এজন মানুহ নাই যাৰ নেকি কেতিয়াও খং উঠি পোৱা নাই ৷ পৰিৱেশ অনুযায়ী কম–বেছি পৰিমাণে সকলো মানুহৰে খঙৰ বহিঃপ্রকাশ ঘটেই ৷…
কেৰিয়াৰ হিচাপে খেলা–ধূলা
ডঃ বুলজিৎ বুুাগোহাঁহ
যিসকলৰ এথলেটিকছৰ প্রতি আকর্ষিত আৰু সফল হোৱাৰ দক্ষতা আৰু নিষ্ঠা আছে তেওঁলোকৰ বাবে খেলা–ধূলা কেৰিয়াৰৰ এক উত্তম বিকল্প হব পাৰে ৷ সৰু কালৰে পৰা বহুতো ছাত্র–ছাত্রীয়ে বিভিন্ন খেলা–ধূলা যেনে– এথলেটিকছ, ক্রিকেট, কাবাদী,…
ৰুটী খাওঁ আহক
কৰবী গগৈ শর্মা
দক্ষিণ এছিয়াৰ লোকসকলৰ এটি অন্যতম জনপ্রিয় আৰু প্রধান প্রাতঃআহাৰ হৈছে ৰুটী ৷ আমাৰ ইয়াতো প্রাতঃআহাৰ বুলিয়েই পোনপ্রথমেই মনলৈ আহে ৰুটী–ভাজিৰ কথাই ৷ আবেলিৰ চাহকাপৰ লগত আৰু টিফিন আহাৰ হিচাপেও ই অন্য স্নেকছৰ লগতে সমানেই জনপ্রিয়৷…
বতৰৰ উত্তম ফল কমলা
ডাঃ দ্বীপজ্যোতি শর্মা
শীতকাল ধৰালৈ নামি অহাৰ লগে লগে ৰোগৰ সংক্রমণ বৃদ্ধি পোৱাৰ আশংকা থাকে ৷ এই পৰিৱর্তনশীল বতৰত চর্দি, কাহৰ লগতে অন্যান্য ভাইৰেল ৰোগ সততে হোৱা দেখিবলৈ পোৱা যায় ৷ সেয়ে ঋতুগত বেমাৰৰ পৰা পৰিত্রাণ পাবলৈ ৰোগ প্রতিৰোধ ক্ষমতা…
ভাৰতৰ চলচিচত্র জগতৰ মুকুতা পৰিচালক, স্থিৰচিত্রশিল্পী অসিত সেন
উজ্জ্বল জ্যোতি দাস
১৯৫৫ চনত মুক্তি পোৱা পথেৰ পাঁচালী আৰু ১৯৫৬ চনত মুক্তিপোৱা চলাচল নামৰ চলচিচত্র দুখনক লৈ বাংলাৰ এখন আগশাৰীৰ সংবাদপত্রৰ শিৰোনাম আছিল এক আকাশে দুই মানিক, অর্থাৎ এখন আকাশতে দুটি মুকুতা ৷ ইয়াত মাণিক বুজাইছে বাস্তৱধর্মী ছবি…
ভেলেণ্টাইন ডেৰ মনপছন্দৰ পোছাক
এটা অনুষ্ঠানৰ বাবে সাজু হোৱাটো প্রতিগৰাকী ছোৱালীৰ প্রিয় কাপোৰ ! নিখুঁত মেকআপ কৰাৰ পৰা আৰম্ভ কৰি সাজ–পোছাক পিন্ধালৈকে, প্রেমৰ দিনটোৰ বাবে নিজকে মনোমোহা ৰূপত তুলি ধৰাটো সকলোৱে বিচাৰে ৷ ভেলেণ্টাইন ডেত ড্রেছটোৰ সঠিক ৰং বাছি লোৱা, আপোনাৰ…
আইনাৰ অকণিহঁত
মৰমৰ আইনাৰ অকণিহঁত,
মৰম লবা ৷ আশাকৰোঁ তোমালোকে ওচৰ–চুবুৰীয়া বা আপোনজনৰ সৈতে মিলিজুলি ভোগালী বিহুৰ উৰুকাৰ ভোজ–ভাত খালা, মেজিৰ জুইত অগ্ণি সেৱা কৰিলা ৷ এই সময়ত বতৰটো বৰ মনোৰম হয় ৷ তোমালোকে নিশ্চয় মাৰা–দেউতাৰাৰ সৈতে অসমৰ ভিতৰৰ নতুবা বাহিৰৰ…