বার্ধক্যত দেহ–মনৰ পৰিৱর্তন সন্দর্ভত বৈজ্ঞানিক তথ্য

ডঃ প্রদীপ নেওগ বার্ধক্য বোলোতে সাধাৰণতঃ জীৱনৰ ৬০ৰ ঊধর্বৰ কালছোৱাক বুজা হয় ৷ এই কালছোৱাত সাধাৰণতঃ ব্যক্তিৰ স্বাস্থ্যৰ ভালেমান ধৰণৰ অৱনতি ঘটে তথা ঘটিব পাৰে ৷ তলত কেইটামান প্রধান অৱনতি চমুকৈ দাঙি হৈছেঃ  মগজুৰ দুর্বলতাঃ  বার্ধক্যত মানুহৰ …

ভাৰতীয় খানছামাসকলৰ কাহিনী

পংকজ কুমাৰ নেওগ বেছিভাগ মানুহৰ এটা ধাৰণা আছে যে খানছামাসকল আগৰ দিনত  কেৱল পেছাদাৰী ৰান্ধনি আছিল ৷ বাস্তৱত তেওঁলোকে ৰন্ধা–বঢ়াৰ উপৰি অন্যান্য দায়িত্বও লবলগীয়া হৈছিল ৷ লেখক ৰাস্কিন বণ্ড কাহিনীৰ এক অফুৰন্ত ভঁৰাল, তেওঁৰ সকলো লেখা কল্পনাপ্রসূত …

বুদ্ধং শৰণং গচ্ছামি

গায়ত্রী দেৱী বৰঠাকুৰ প্রতিটো দুখেই শিকাই এক পাঠ আৰু প্রতিটো পাঠেই সলনি কৰে একো একোজন মানুহক কিছুমান কথাত ভীষণ স্বার্থপৰ হবলৈ মন যায় দেৱযানীৰ ৷ কিয় বাৰু তেনেকুৱা হয় তাইৰ লগতেই স্বার্থপৰ হব তাই ! আগৰ সেই সহজ–সৰল দেৱযানীজনীক গোপনে মাৰি তাই…

এন্ধাৰৰ পৰা পোহৰলৈ

হিমানী কলিতা সন্ধিয়াটি মাতাল হৈ নমাৰ পৰতে শামুকৰ খোলা এটিত সোমাই পৰো মই ৷ দুৱাৰখন ঠেলি অনুজ নামৰ ধুমুহাজাক সোমাই অহা দেখিলে গ্রীষ্মৰ দিনতো ঠেৰেঙা লাগে মোৰ শৰীৰ ৷ কিন্তু আজি যে মই দৃপ্রতিজ্ঞ ধুমুহাজাকৰ লগত ফেৰ মাৰিবলৈ ৷ গাখীৰতে চাহপাত…

পম্পেই নগৰীৰ মৃত মানুহবোৰ

ডঃ অভিজিত কুমাৰ দত্ত আপোনাৰ হাত এখন ভাঙিল ৷ আপুনি চিকিৎসকৰ ওচৰ চাপিল ৷ আপোনাৰ হাতখনত কঠিন বেণ্ডেজ বান্ধি দিয়া হল ৷ চিকিৎসকে আপোনাক তিনি বা চাৰি সপ্তাহৰ পিছত সেই কঠিন বেণ্ডেজ খুলিব বুলি কলে ৷ আপুনি ঘৰলৈ গৈ বিশ্রাম ললে ৷ পিছদিনাখনৰ পৰা…

শুকান বতৰৰ ফেচিয়েল 

অজন্তা উপমন্যু ফাগুন মাহ যিহেতু শুকান আৰু ধূলিময় হয়, লগে লগে ছালত তেল আৰু পানীৰ অভাৱ ঘটি ছাল শুকান হৈ পৰে৷ ছালত থকা তৈল গ্রন্থিবোৰৰ সক্রিয়তা কমি ছালৰ স্বাভাৱিক আর্দ্রতা নোহোৱা হয় ৷ ছালত মৃতকোষৰ তৰপ বান্ধি ছালৰ উজ্জ্বলতা কমি লেতেৰা আৰু কলা …

হাইপাৰ ফকাছ অত্যধিক মনোযোগ

মাণিক পাল আজিৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ৰাজত্বত আটাইতকৈ ডাঙৰ সমস্যা হল মন স্থিৰ কৰি মনোযোগেৰে কোনো কাম কৰা ৷ সাম্প্রতিক এইক্ষেত্রত আটাইতকৈ বেছি বাধা প্রয়োগ কৰি আহিছে আমাৰ সকলোৰে হাতত থকা স্মার্টফোনে ৷ কেৱল কামৰ ক্ষেত্রত নহয়…

আর্জেণ্টিনা চেম্পিয়নঃ  স্বপ্ন সার্থক মেছিৰ

যোগেশ কলিতা সপোন থাকে বিশ্বকাপ জিনাৰ ৷ থাকে তীব্র আৱেগ ৷ দুভৰিৰ পদছন্দত লাস্যময় হৈ পৰে সেউজ ঘাঁহনি ৷ এটা টিকট পোৱাৰ বাবে লাখ লাখ টকা খৰচ কৰে অনুৰাগীয়ে ৷ কি দিয়া নাই এই ফুটবল বিশ্বকাপে ৷ একতাৰ বান্ধোন ৷ সপোন পূৰণৰ আশা ৷ ফিফা বিশ্বকাপ ফুটবল…

সপোনৰ সেন্দূৰীয়া বাট

ৰেখাশ্রী সন্দিকৈ সপোন– চিৰকালেই এক আকর্ষণীয়, শিহৰণকাৰী আৰু ৰহস্যময় শব্দ ৷ এই শব্দৰ সৈতে পৰিচিত নোহোৱা, মোহত নপৰা ব্যক্তি হয়তো কমেই ওলাব৷ অতীতৰ পৰা এতিয়ালৈকে সপোনক কেন্দ্র কৰি নানা জল্পনা–কল্পনা ৷ মানুহৰ বাবে সদায় বিস্ময় হৈ ৰোৱা, ৰহস্যৰ…

আৰবীয়ান ডিলাইটঃ এ ছুইট ষ্টৰী

সঞ্জয় কলিতা আমি সকলোৱে মিঠাই খাই ভালে পাওঁ ৷ ৰসগোল্লা, গুলাব জামুন, জেলেপী আৰু কত যে মিঠাই আছে ৷ বিশ্বৰ সকলো ঠাইতে বিভিন্ন ধৰণৰ মিঠাই আছে ৷ ঠাই বিশেষে মিঠাইৰ আকাৰ, প্রকাৰ আৰু সোৱাদৰো ভিন্নতা আছে৷ আমাৰ ভাৰতীয় মিঠাইৰ সোৱাদ যথেষ্ট পৰিমাণে…