নাট্য নিপুণাঃ বীণা দাস মান্না

বর্ণালী কটকী ওজা যিসময়ত অসমত নাৰীয়ে অভিনয় কৰাটো সমাজে কোনোমতেই মানি লোৱা নাছিল, সেই জটিল সময়তে অভিনয় কৰিবলৈ আগবাঢ়ি আহিছিল এগৰাকী নাৰী, যিগৰাকী নাৰীয়ে অভিনয়ৰ বাবে সর্বস্ব ত্যাগ কৰিবলৈ প্রস্তুত আছিল ৷ সেয়া আছিল ১৯৫০ চনৰ কথা ৷ সেই জটিল সময়তে…

খাদ্য সামগ্রীৰ পুষ্টিগত তথ্য পঢ়াৰ প্রয়োজনীয়তা

বিপ্লৱ ওজা আমাৰ সকলোৰে মার্কেটিঙৰ অভ্যাস আছে ৷ আমি বিশেষ অনুষ্ঠানত যেনে– বিহু বা পূজাত বা আমাৰ ঘৰত অতিথি উপস্থিত হোৱাৰ আগতে মার্কেটিং কৰিবলৈ ভাল পাওঁ ৷ ঠিক একেদৰে আমি আমাৰ বিপণন জ্ঞান আৰু অভিজ্ঞতাসমূহ বন্ধুবর্গ বা আত্মীয়–স্বজনৰ আগত প্রকাশ…

অষ্টিপৰছিছঃ কাৰণ আৰু প্রতিৰোধৰ উপায়

ৰাজীৱ কাশ্যপ অষ্টিপৰছিছ  হাড়ৰ এনেকুৱা এটা সমস্যা, যত হাড়ত থকা খনিজ পদার্থসমূহ হ্রাস পায় আৰু হয়াৰ বাবে হাড়ৰ ঘনত্ব কমি যায় আৰু সামান্য আঘাত পালে হাড় ভাঙি যায় ৷ আজিকালি বহুত মানুহে এই সমস্যাত ভোগা দেখা যায় ৷ ভাৰতবর্ষত বছৰে ১০ মিলিয়ন লোক…

ফুলেৰে সৌন্দর্য চর্চা

অজন্তা উপমন্যু প্রতিটো ঋতুতে নানাৰঙী সুগন্ধিযুক্ত ফুল ফুলে ৷ ফুলে এখন ঘৰৰ শোভা দুগুণে বৃদ্ধি কৰে ৷ আজি অৱশ্যে ফুলেৰে কেনেকৈ শৰীৰৰ সৌন্দর্য চর্চা কৰিব পাৰি, তাৰ সামান্য আভাস দিবলৈ চেষ্টা কৰিম ৷ ফুলেৰে সৌন্দর্য চর্চা বা Flower power Therapy…

অধিকাৰ

ৰূপাঞ্জলি চেতিয়া শীতকালৰ আবেলি নাইবা সন্ধিয়াবোৰ বৰ থুনুকা ৷ যেনিবা পছন্দৰ পুতলাটো নাপাই এই কান্দো, এই কান্দোকৈ ঠেঁহ পাতি থকা এটি শিশু ৷ যদিহে সেই থুনুকা আবেলি নাইবা সন্ধিয়াবোৰত বৰষুণ দিয়ে, তেন্তে বৰষুণৰ টোপালবোৰে বিষণ্ণতাৰ এখনি চাদৰ মেলি…

পঞ্চাশ বছৰৰ পিছত আঁঠুৰ যতন

প্রাঞ্জল প্রতিম বৰা আঁঠুৰ গাঠি আমাৰ শৰীৰৰ এটা গুৰুত্বপূর্ণ গাঁঠি যাক weight bearing joint বুলিও জনা যায় ৷ যিহেতু ই আমাৰ শৰীৰৰ ওজন বহন কৰে ৷ মানুহক এঠাইৰ পৰা আন এঠাইলৈ চলাচল কৰিবলৈ বা বিভিন্ন ক্রিয়াকলাপ যেনে– দৌৰা, জঁপিওৱা, জগি কৰা, থিয়…

উৎসৱ–বিয়াত শাৰীৰ আকর্ষণীয়তা

লক্ষ্মীছাঁয়া ডেকা এতিয়া উৎসৱৰ বতৰ লগতে বিয়াৰো বতৰ ৷ এই উৎসৱ–পার্বণত নিজকে নিজক পৃথকভাৱে সজাই তোলাৰ চেষ্টা প্রত্যেকগৰাকী নাৰীৰে কৰে ৷ সাধাৰণতে বিয়া–বাৰুত মহিলা বা যুৱতীসকলে পাটৰ কাপোৰ বা পৰম্পৰাগত সাজসজ্জা পৰিধান কৰাত গুৰুত্ব প্রদান কৰে ৷…

চীন দেশঃ সংস্কৃতিৰ চহৰ চিয়ান

মনোজ কুমাৰ শ্রুতিকৰ আমি সৰুতে স্কুলত পঁঢ়োতে জানানে নামৰ কিতাপ এখনত পৃথিৱীৰ সপ্তম আচাৰ্য্য় বিষয়ে পঢ়িবলৈ পাইছিলোঁ ৷ চীন দেশৰ প্রাচীৰো এই সপ্তম আচাৰ্য্য়ৰে এক ৷ ১৯৬২ চনৰ চীনা আক্রমণৰ সময়ত বা পৰৱর্তী সময়ত চীন দেশৰ প্রতি এক অনীহা ভাৱ আহিছিল,…

ৰেচিপি –

নীলাক্ষি বৰা জেলেপী কি কি লাগিব মিহিচুজি আধাকাপ, ময়দা আধাকাপ, দৈ আধাকাপতকৈ কম, ভাল ঘিউ আধাকাপতকৈ কম, বেকিং পাউডাৰ আধাচামুচ আৰু পানী আধাকাপ ৷ ভাজিবৰ জোখত ঘিউ বা ৰিফাইন ৷ ছুগাৰ ছিৰাপৰ বাবে লাগিব চেনি একাপ, পানী একাপ, কেশৰ কেইডালমান ৷…

আইনাৰ আলাপত লখিমী বৰুৱা ভূঞা

বর্ণালী এছ ডেকা এগৰাকী নাৰীৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰে অলংকাৰে ৷ প্রাচীন কালৰ পৰাf সৌন্দর্য সাধনাত অলংকাৰ বা গহনা প্রচলিত হৈ আহিছে ৷ গহনা হৈছে আটাহতকৈ পুৰণি প্রত্নতাত্ত্বিক আৱিষ্কাৰসমূহৰ ভিতৰত অন্যতম ৷ ইয়াৰ ভিতৰত প্রাগঐতিহাসিক কালত বিশ্বৰ…