দৈনিক ৰাশিফল ২ এপ্ৰিল ২০২৬

32

১৮ চ’ত, বৃহস্পতিবাৰ , ইং ২ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): আজি শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাই চলিবলৈ কিছু টান হ’ব। ব্যৱসায়ত উন্নতিৰ কাৰণে কৰ্মস্থানত ব্যস্ততাৰ সুফল। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। শুভ ৰং- কমলা, শুভ সংখ্যা- ২।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কৰ্মস্থানত বিশেষ জটিলতা। নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে। ভাই-ভনীৰ বাবে দুচিন্তা আঁতৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা – ৪ ।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি দিনটোত কোনো কাৰণত শুভ বুদ্ধিৰ উদয় হ’ব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ সুযোগ পাব। আৰ্থিক উন্নতিৰ বাবে শুভ সময়। শুভ ৰং বগা, শুভ সংখ্যা- ৭।

৪.কৰ্কট ৰাশি(ড,হ): আজি দিনটোত মানসিকভাৱে কিছু কষ্ট পাব পাৰে। বিদ্যাৰ্থীৰ বাবে শুভ। নতুন বন্ধুৰ বাবে আনন্দ। প্ৰেমত বাধা। শুভ ৰং– নীলা, শুভ সংখ্যা-৫।

৫.সিংহ ৰাশি (ম,ট): আজি ঘৰুৱা দিশত শান্তি লাভ। শত্ৰুৰ পৰা সাৱধান। কোনো আশাত সুফল নাপাব। সম্পত্তিক লৈ ঘৰুৱা বিবাদ হ’ব পাৰে। অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি পুৰণি কামত মন দিয়াটো ভাল। শুভ ৰং ৰঙা, শুভ সংখ্যা – ৭।

৬.কন্যা ৰাশি(ঠ,প,ন): আজি পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। বিদ্যাৰ্থীয়ে দৰকাৰী পাঠ্যক্ৰমত গুৰুত্ব দিয়ক। দাম্পত্যত মধ্যম। কর্মক্ষেত্ৰত কিছু দায়িত্ব বৃদ্ধি পাব। শুভ ৰং- বেঙুনীয়া। শুভ সংখ্যা –২।

৭.তুলা ৰাশি(ৰ,ত): আজি আর্থিক দিশত অশান্তি হ’ব পাৰে। কোনোধৰণৰ খবৰে সুখী নকৰে৷ কৰ্মক্ষেত্ৰত মন চঞ্চল হ’ব পাৰে। বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব। প্ৰেমত শুভ। শুভ ৰং – গুলপীয়া, শুভ সংখ্যা- ৮।

৮.বৃশ্চিক ৰাশি(ন,য): আজি নিজৰ ভাবমূৰ্তিৰ প্ৰতি আপোনাৰ দৃঢ়তা বাঢ়িব। কৰ্মত যদি সন্দেহ আৰু কষ্ট থাকে আহুকালত পৰিব পাৰে। শুভ ৰং- হালধীয়া, শুভ সংখ্যা – ৬।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি থাকিব। বিয়া-বাৰুৰ ক্ষেত্ৰত কথা আগবাঢ়িব। সুকুমাৰ কলা শিল্পত আগবাঢ়িব। শুভ ৰং- গুলপীয়া, শুভ সংখ্যা- ৩।

১০.মকৰ ৰাশি(খ,জ): আজি আনৰ কথা শুনি কোনোধৰণৰ কাম আৰম্ভ নকৰিব। সাংসাৰিক অশান্তি বাঢ়িব। কোনো কামৰ বাবে সিদ্ধান্ত লোৱাত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা- ৮।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি সন্তানৰ বাবে টকা খৰচ হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ব্যৱসায়ত সাৱধান। ঘৰৰ মূল্যৱান বস্তু হেৰাব পাৰে। শুভ ৰং- নীলা, শুভ সংখ্যা – ৬।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি ব্যৱসায়ত কিছু সমস্যা হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধান থাকক। খৰচ বৃদ্ধি। আনক সহায় কৰি সন্মান
পাব। চাকৰি স্থায়ী হ’ব পাৰে। দাম্পত্যত অশান্তি। শুভ ৰং-ক্রীম, শুভ সংখ্য–৪।

You might also like

Comments are closed, but trackbacks and pingbacks are open.