৯ আহাৰ, বুধবাৰ, ইং ২৪ জুন ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি কৰ্মক্ষেত্ৰত শুভ। শাৰীৰিকভাৱে দুৰ্বলতাই দেখা দিব। দিনটো সুকলমে পাৰ হ’ব। বিবাহিত সম্পৰ্ক কাজিয়াৰ সৃষ্টি। প্ৰেমত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কৰ্মস্থানত সুনামৰ যোগ। আদালতৰ ফলাফলত জয়ী হোৱাৰ সম্ভাৱনা। অকলশৰীয়া মনোভাব বৃদ্ধি হ’ব। পিতৃ-মাতৃয়ে সন্তানৰ পৰা মানসিক চাপত ভুগিব। আর্থিক ক্ষেত্ৰত শুভ। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৬।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি কর্মক্ষেত্ৰত উন্নতিৰ যোগ কিন্তু কিছুমান বাধা দেখা দিব পাৰে। মানসিক চিন্তাৰ পৰা দূৰত থাকি ধৈর্য বজাই ৰখাৰ চেষ্টা কৰক। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
৪.কৰ্কট ৰাশি(ড,হ): আজি কৰ্মস্থানত অশান্তিৰ সৃষ্টি হ’ব পাৰে। আর্থিক ক্ষেত্ৰত মধ্যমভাৱে পাৰ হ’ব। মানসিক চিন্তাই দিনটোৰ শেষৰ ভাগত দেখা দিব পাৰে। জুইৰ পৰা দূৰত্ব বজাই ৰখা দৰকাৰ। প্ৰেমত অশান্তি বৃদ্ধি পাব। শুভ ৰং কমলা। শুভ
সংখ্যা ৮।
৫.সিংহ ৰাশি (ম,ট): আজি কৰ্মক্ষেত্ৰত যথেষ্ট সন্মান বৃদ্ধিৰ যোগ। ভাতৃৰ লগত বিবাদৰ সংঘাতৰ সৃষ্টি হ’ব পাৰে৷ শৰীৰৰ প্ৰতি যত্ন লোৱাটো জৰুৰী। প্ৰেমত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৭।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি সংসাৰত বাধাৰ লগতে নতুন সমস্যাই দেখা দিব পাৰে। দৈনন্দিন কৰ্মত দিনটো মধ্যম। কোনোবা ফালৰ পৰা হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যায়। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
৭.তুলা ৰাশি(ৰ,ত): আজি দিনটোৰ ভাগত ভাগ্যই সহায় কৰিব। চাকৰিৰ ক্ষেত্ৰত সুনাম অর্জন। আকস্মিক দুৰ্ঘটনাৰ আশংকা আছে। অচিনাকি মানুহৰ পৰা দূৰত থাকক। প্ৰেমত আনন্দ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
৮.বৃশ্চিক ৰাশি(ন,য): আজি দৈনন্দিন কৰ্মত চিন্তাৰ সৃষ্টি হ’ব। শৰীৰৰ অৱনতি ঘটিব। সাংসাৰিক জীৱনত নতুন সমস্যাই দেখা দিব। পিতৃ-মাতৃৰ চিন্তা বৃদ্ধি পাব। প্ৰেমত মধ্যম যোগ। শুভ ৰং ধূসৰ। শুভ সংখ্যা ৯।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি কৰ্ম কৰাৰ পাছতো সফলতাৰ যোগ নাই। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চিন্তাই দেখা দিব পাৰে। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। প্ৰেমত বাধা। শৰীৰৰ যত্ন লোৱাটো দৰকাৰ। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
১০.মকৰ ৰাশি(খ,জ): আজি কর্মক্ষেত্ৰত সাফল্যৰ যোগ। মানসিক চিন্তাই দেখা দিব। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। দিনটো মধ্যমভাৱে পাৰ হ’ব। প্ৰেমত শুভ। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি কৰ্মক্ষেত্ৰত নতুন বাধাই দেখা দিব পাৰে। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰখা দৰকাৰ। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। ব্যৱসায়-বাণিজ্যত মধ্যম। শুভ ৰং মেৰুন। শুভ সংখ্যা ৩।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি দৈনন্দিন জীৱনত সফলতাৰ যোগ। দিনটোৰ ভাগত ধৈর্য বজাই ৰখাটো দৰকাৰ। মিছা বদনামৰ পৰা দূৰত্ব বজাই ৰাখিব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৯।
Comments are closed, but trackbacks and pingbacks are open.