আপুনি ডায়েবেটিছত ভুগিছে নেকি? খোৱা–বোৱাৰ যত্ন লওক
লুকীমা বৰুৱা
খাদ্য বিশেষজ্ঞা
আদিত্য ডায়েগনষ্টিক এণ্ড হাস্পতাল, ডিব্রুগড
মধুমেহ বা ডায়েবেটিছ অতি সঘনাই শুনা এই ৰোগবিধ বর্তমান ব্যাপক হাৰত পৃথিৱীৰ আন ঠাহৰ লগতে ভাৰতবর্ষৰ মানুহে ভোগা এনে এবিধ ৰোগ যাক জীৱনশৈলী আৰু খাদ্যাভ্যাস সলনি কৰি বহু…