গৰমত স্বাস্থ্যবর্ধক শীতল পানীয়

টিনা বেবী বৰুৱা শীতল পানীয় বা কল্ড ড্রিংকছ বুলি কলে প্রথমে মনলৈ আহে যিকোনো পানী ভিত্তিক সোৱাদযুক্ত ৰঙীন পানীয় ৷ যি বজাৰত সহজে উপলব্ধ ৷ উষ্তা বৃদ্ধিৰ লগে লগেই ব্রেণ্ডেড শীতল পানীয় উদ্যোগবোৰেও বিজ্ঞাপনৰ জৰিয়তে এক অঘোষিত প্রতিযোগিতাত আমি পৰে…

ধীৰাজ কাশ্যপৰ তথ্যচিত্র বিৰুবালা দ্য ফিয়াৰলেছ ক্রুচেদাৰ

দর্শনা বৰুৱা সদ্যপ্রয়াত বিৰুবালা ৰাভাক লগ পাইছিলোঁ অলপতে ৷ গুৱাহাটীত আয়োজন কৰা ভাৰতীয় কান্ড্রি উইমেন এছচিয়েচনৰ ৰাষ্ট্রীয় সন্মিলনত বিৰুবালা ৰাভা বাইদেউক এটি বঁটা প্রদান কৰা হৈছিল ৷ তাতেই বিৰুবালা ৰাভাৰ লগত আমাৰ সাক্ষাৎ হৈছিল আৰু বিৰুবালা…

আইনাৰ অকণি

মৰমৰ আইনাৰ অকণিহঁত, মৰম লবা ৷ যোৱা কেইদিনমান ধৰি টিভি আৰু বাতৰিকাকতবোৰত খবৰ আহিছিল যে সুনীতা উইলিয়ামছ নামৰ মহিলা মহাকাশচাৰীগৰাকীয় তৃতীয়বাৰৰ বাবে আর্ন্তজাতিক মহাকাশ ষ্টেচনটোলৈ যাবৰ কাৰণে নির্বাচিত হৈছে ৷ তোমালোকে নিশ্চয় জানা যে লেবৰেটৰী বা…

নাস্তিক

মূল বাংলাঃ উপেন্দ্রনাথ গংগোপাধ্যায় অনুবাদঃ নিশা ভূঞা পুত্রৰ নামকৰণ কৰিবৰ সময়ত উমাশংকৰৰ পিতৃয়ে এইণকথা হয়তো সপোনতো ভবা নাছিল যে যিজন পুত্রৰ নামৰ সৈতে তেওঁ দুই–এজন দেৱতাৰ নাম সংযুক্ত কৰিছে, সেই পুত্রজনেই পিছলৈ সকলো দেৱ–দেৱতাৰ ওপৰত আস্থা…

জীৱনত সঠিক নির্ণয় কেনেকৈ লব

জোনাকী দেৱী কাশ্যপ A good decision is based on knowledge and not on numbers. : Plato  জীৱনৰ ভিন্ন পর্যায়ত আমি ভিন্ন পৰিস্থিতিৰ সন্মুখীন হওঁ ৷ আমাৰ সন্মুখত আগুৱাই যাবলৈ ভিন্ন পথৰ মাজত এটা পথ নির্বাচন কৰিব লগা হয় ৷ এটা সঠিক নির্ণয়ে জীৱনটো…

ডিজিটেল ডিটক্স

ডাঃ কৰুণা হাজৰিকা আজিকালি কোনো ছচিয়েল মিডিয়া ছাইট খুলিবই নোৱাৰি, মাত্র বিভিন্ন পানীয়ৰ ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে পোৱা যায় ৷ এইবোৰৰ ভিতৰত লিভাৰ, কিডনী, হার্ট, ডায়েবেটিছ, ব্লাড প্রেছাৰ আদিৰ বিষয়ে বিভিন্ন উপদেশ আৰু পানীয়ৰ উপকৰণ পোৱা যায়…

খোজে খোজে তুমি ছায়া অ দেউতা

স্বপ্না দাস ভাল পাওঁ দেউতাৰ স্নেহসনা মুখ মোৰ বাবে তেওঁ সহে কিমান যে দুখ ৷ কবি নৱকান্ত বৰুৱাই ভালপাওঁ কবিতাটোত লিখা উপৰি উল্লিখিত দুশাৰীত উমান পাব পাৰি দেউতাকে অনেক দুখ–কষ্ট স্বীকাৰ কৰি হলেও সন্তানৰ সুখ–শান্তিৰ বাবে কৰা অহৰহ প্রয়াসৰ কথা ৷…

মেনে ফিৰ ৱ স্বপ্না দেখা

অৰূপ ৰাজ কলিতা চলিত বছৰৰ প্রথম ভাগতে অমিত পাঠকৰ বহুচর্চিত নাট মেনে ফিৰ ৱ স্বপ্না দেখা (Based on Dario fo's the tigress story) শীর্ষক নাটকখন চোৱাৰ সুযোগ মিলিল৷ অংগনা মুম্বাইৰ প্রযোজনা কৰা নাটকখনৰ পৰিকল্পনা, ডিজাইন, পৰিচালনা আৰু অভিনয় অমিত…

নৰকাসুৰ!

নৰকাসুৰ!  নিজৰা ৰাজকুমাৰী ৰূপৰ বঠা সোণৰ নাও নাচি–বাগি বলা উটি যাওঁ নমো নমো জাহ্ণৱী মাৱ হাঁহি–মাতি সৱে গাওঁ গীত মন–প্রাণ কেনে হৰষিত উঠিছে উলাহে উতলি চিত ! ব্রহ্মমুহূর্তত গংগাৰ বুকুত এই গীত গাই গাই জলকুঁৱৰীসকলে নাও বাই যোৱা দৃশ্য অতুল…

এৰবিক ব্যায়াম আৰু উপকাৰিতা

ৰাজীৱ কাশ্যপ এৰবিক ব্যায়াম হল একপ্রকাৰৰ শাৰীৰিক ব্যায়াম, যত কম প্রাবল্যৰ পৰা অধিক প্রাবল্যৰ কিছুমান শাৰীৰিক ক্রিয়াকলাপ অন্তর্ভুক্ত কৰা হয় ৷ এৰবিক ব্যায়াম কৰোঁতে শৰীৰৰ অধিকাংশ মাংসপেশী অংশগ্রহণ কৰে আৰু এই ব্যায়ামৰ যোগেদি শৰীৰে অধিক অক্সিজেন…