৩২ আহাৰ, শুক্ৰবাৰ, ইং ১৭ জুলাই ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন যোগাযোগ হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ধন- সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি বাঢ়িব, ঋণ আদায় কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে বাধা আহিব পাৰে ।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা সুস্থিৰ হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আত্ম গ্লানি ভাৱা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সাৱধান হোৱাটো ভাল হ’ব।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে ধন- সম্পত্তি হানি হ’ব পাৰে, লগতে আজি আপোনাৰ মনত অশান্তি সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সাজাগ নহ’লে মনটো সামান্য চঞ্চল হ’ব পাৰে লগতে আজি আপুনি আনে অবিশ্বাস কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মৰ প্ৰতি এলাহ ভাব আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, ধৰ্মীয় স্থান দৰ্শন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত হতাশাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.