অ’. টি. টি. প্লেটফৰ্মৰ চিত্ৰ সলনি কৰা মানুহ

“Just live your story and not the story that others want of you”
এয়া হৈছে ‘আমাজন প্ৰাইম ভিডিঅ’ ইণ্ডিয়া’ ৰ হেড অৱ অৰিজিনেলছ অৰ্পণা পুৰোহিতৰ জীৱনৰ মন্ত্ৰ। ২০২১ বৰ্ষৰ ‘ ফ’ৰ্বছ ইণ্ডিয়া ডব্লউ পাৱাৰ-২১’ তালিকাৰ প্ৰথম স্থানত আছে এইগৰাকী প্ৰতিভাশালী মহিলা। মুম্বুইৰ ছবিজগতত গোন্ধৰ বছৰতকৈও অধিক কাল কাম কৰা অৰ্পণা পুৰোহিত প্ৰায় একক প্ৰচেষ্টাৰে ভাৰতীয় অ’ . টি. টি. প্লেটফৰ্মৰ জগতত একপ্ৰকাৰৰ পৰিবৰ্তন আনি নতুন ৰূপ দিয়া বুলিও ক’ব পাৰি।……To read more click here.

You might also like
Leave A Reply

Your email address will not be published.