মন : সুস্থ জীৱনৰ শক্তিশালী উপাদান

জোনাকী দেৱী কাশ্যপ “A grateful mind is a great mind which eventually attracts to itself great things.”-Plato মন বুলিলে সাধাৰণতে বুজা যায় যে, বুদ্ধি তথা বিবেকবোধৰ‌ এক সমষ্টিগত ৰূপ যি চিন্তা, অনুভূতি ,আবেগ, ইচ্ছা তথা কল্পনাৰ মাধ্যমেৰে…

বিষ নিৰাময়ৰ বাবে হিট আৰু ক’ল্ড থেৰাপী

ৰাজীৱ কাশ্যপ বিষ নিৰাময়ৰ ক্ষেত্ৰত হিট আৰু ক'ল্ড থেৰাপিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সাধাৰণভাৱে হিট থেৰাপি মানে হৈছে গৰম সেক আৰু ক'ল্ড থেৰাপি হৈছে ঠাণ্ডাৰ সেক বা প্ৰয়োগ।কিছুমান বিষ নিৰাময় কৰিবলৈ হিট থেৰাপি আৰু কিছুমান বিষত ক'ল্ড থেৰাপি…

প্রকৃতি ধ্বংসৰ সাক্ষী বিজ্ঞানীসকলক কান্দিবলৈ অনুমতি দিয়া উচিত

বৰ্ণালী ফুকন  গৱেষকসকলে কয়, প্রকৃতি ধ্বংসৰ সাক্ষী বিজ্ঞানী সকলক অবশ্যই সমৰ্থন কৰা উচিত আৰু 'কান্দিবলৈ অনুমতি দিয়া উচিত'। বিশ্বৰ প্ৰায় দুই বিলিয়ন হেক্টৰ অংশ মানুহে জ্ঞাতে বা অজ্ঞাতে ধ্বংসৰ মুখলৈ ঠেলি দিছে৷বিশ্বৰ বিভিন্ন দেশে লগহৈ ইয়াৰ…

শালমনৰ সমস্যা আৰু সমাধান

মালা মহন্ত ছালৰ এক প্রধান সমস্যা হল শালমনৰ সমস্যা৷ পুৰুষ–নাৰী উভয়ৰে এনে সমস্যা হব পাৰে৷ সাধাৰণতে লৰাৰ ক্ষেত্রত যোল্ল বছৰ বয়সৰ পৰা ঊনৈশ বছৰ বয়সৰ ভিতৰত এনে সমস্যা হোৱা দেখা যায়৷ ছোৱালীৰ ক্ষেত্রত চৈধ্যৰ পৰা ষোল্ল বছৰ বয়সৰ ভিতৰত শালমনৰ সমস্যা…

পংগু

হিমাংশু দত্ত ৰাতিপুৱাৰেপৰা বাৰাণ্ডাৰ চকীখনত বহি ৰাস্তাৰে অহা-যোৱা কৰা মানুহৰ অলেখ-লেখ চোৱাই মোৰ দৈনন্দিন জীৱনপঞ্জী এতিয়া। ভাল লাগে মানুহবোৰৰ ব্যস্ততা দেখি, কিন্তু কেতিয়াবা কাৰণবিহীনভাৱে বিৰক্তও হৈ পৰো এই ব্যস্ততাৰ আও-ভাওত। মাজে মাজে এই…

গ্ৰীষ্মকালীন বন্ধ আৰু ইয়াৰ তাৎপৰ্য

পুষ্পাঞ্জলি শিৱমশৰ্মা গ্ৰীষ্মকালীন বন্ধৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীয়ে অতি আগ্ৰহেৰে বাট চাই থাকে। নিঃসন্দেহে এই সময়খিনি সিহঁতৰ বাবে বছৰটোৰ আটাইতকৈ আকাংক্ষিত আৰু আটাইতকৈ সুখৰ মুহূৰ্ত। তদুপৰি পৃথিৱীৰ জলবায়ু, বতৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ অৱস্থানৰ…

নামচাইৰ নান্দনিকতা

নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা ৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷ জিলাখনৰ সদৰ ঠাই নামচাই৷ ২০১৩ চনৰ ২১ মাৰ্চত নবাম টুকীৰ অধীনৰ চৰকাৰে নামচাই জিলা সৃষ্টিৰ প্ৰস্তাৱত…

চকুলো : হাঁহি আৰু আনন্দৰ সমাহাৰ

ডাঃ কৰুণা হাজৰিকা “কান্দোনত চিৰন্তন সুখ থাকে, সেইবাবেই মই কান্দিবলৈ বৰ ভাল পাওঁ।“ – স্বামী বিবেকানন্দ আজি আমি জীৱনৰ সম্পূৰ্ণ এটা বেলেগ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম। পাঠক সকলে নিশ্চয় অনুমান কৰিব পাৰিছেই। সেয়া হৈছে আমাৰ সুখৰ আৰু দুখৰ দিনত…

গ্ৰীষ্ম বতৰত শুভ্ৰ পোছাক

উষ্ণতা বৃদ্ধি হ’লে পিন্ধিবলৈ এটা উত্তম ৰং হ’ল বগা। কেৱল ঠাণ্ডা কৰি ৰখাই নহয়, ইয়াৰ আন কেইবাটাও উপকাৰো আছে। বগা কাপোৰে তাপ আৰু সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰে, যিয়ে আপোনাৰ শৰীৰৰ উষ্ণতা কম কৰি ৰখাত সহায় কৰে। বগা ৰঙৰ কাপোৰ পিন্ধিলে আপুনি অধিক…

‘প্ৰেমহীনতাৰ শৱ আৰু যন্ত্ৰণাৰ সাঙী’

ৰূপাঞ্জলি চেতিয়া যন্ত্ৰণাৰ কোনো পৰিভাষা থাকেনে? হয়তো নাথাকে৷ নাথাকে বাবেই যন্ত্ৰণাকাতৰ মানুহে আনক বুজাবলৈ অক্ষম তেওঁ ভূগি থকা যন্ত্ৰণাৰ বিষয়ে৷ সেয়া কেৱল অনুভৱ কৰিব পাৰে ভুক্তভোগীজনেহে৷ তেনে লোকে যন্ত্ৰণাৰে সহবাস কৰিব পাৰে, মৰি মৰি জী থকাৰ…