চকুলো : হাঁহি আৰু আনন্দৰ সমাহাৰ
ডাঃ কৰুণা হাজৰিকা
“কান্দোনত চিৰন্তন সুখ থাকে, সেইবাবেই মই কান্দিবলৈ বৰ ভাল পাওঁ।“ – স্বামী বিবেকানন্দ
আজি আমি জীৱনৰ সম্পূৰ্ণ এটা বেলেগ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম। পাঠক সকলে নিশ্চয় অনুমান কৰিব পাৰিছেই। সেয়া হৈছে আমাৰ সুখৰ আৰু দুখৰ দিনত…