যোগ প্ৰশিক্ষক কেনেকৈ হ’ব পাৰি ?

 ড° বুলজিৎ বুঢ়াগোহাঁই         যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত ঐক্য আৰু সংহতি স্থাপন। যোগ হৈছে মানুহৰ শৰীৰ আৰু মনক ভাল অৱস্থাত ৰখাৰ অন্যতম ফলপ্ৰসূ প্ৰাকৃতিক উপায়। আমি আজি এনে এখন পৃথিৱীত বাস কৰি আছোঁ য’ত মানুহ আগতকৈ অধিক স্বাস্থ্য…

চকলেট : ক্ৰাঞ্চি… টেষ্টি… য়ম্মি…

স্বপ্না দাস "Chocolate and love, two hearts entwine A sweetness that is truly divine The rich aroma of cocoa swirls Filling our senses, our hearts unfurls..." -- M. Nunez চকলেট বুলিলে কাৰনো জিভাৰ পানী নপৰে ! শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে…

আইনাত অকণি

মৰমৰ আইনাৰ অকণিহঁত, মৰম লবা৷ যোৱা কিছুদিন ধৰি তোমালোকে নিষ্চয় পৰিৱেশ দিৱসৰ কথাই শুনি আহিছা৷ কাৰণ পাঁচ জুন তাৰিখে পৃথিৱীজুৰি পৰিৱেশ দিৱস পালন কৰা হৈছিল৷ পিছে বহুত অনুষ্ঠানে নিজৰ সুবিধা অনুযায়ী জুন মাহৰ প্রথম বা দ্বিতীয় সপ্তাহৰ কোনোবা এটা…

গৰমৰ দিনত সৌন্দৰ্য চৰ্চাত নাৰিকলৰ পানীৰ উপকাৰিতা

গীতাশ্ৰী গগৈ হাতীবৰুৱা গৰমৰ দিনত নাৰিকলৰ পানীয়ে আমাৰ শৰীৰটো সতেজ কৰি ৰখাৰ উপৰিও সৌন্দৰ্য চৰ্চাটো বহু খিনি অৱদান যোগান ধৰি আহিছে। আমি অত্যধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত পোৱা শীতল পানীয় বা ক'ল্ড ড্ৰিংচবোৰতকে নাৰিকলৰ পানী খোৱাটো শৰীৰৰ বাবে…

দ্বিতীয় বিশ্বযুদ্ধৰ এগৰাকী ‘জাঙ্গল কিং’

পংকজ কুমাৰ নেওগ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা ১০৭২ মাইল দৈৰ্ঘ্যৰ লিডু ৰোডে এসময়ত উত্তৰ-পূব ভাৰত, উত্তৰ ব্ৰহ্মদেশ আৰু দক্ষিণ-পশ্চিম চীনক সংযোগ কৰিছিল। ঐতিসাহিকস্বৰূপ আৰু অতি দক্ষতাৰে নিৰ্মাণ কৰা এই পথটো অনেক বৰ্ষাৰণ্য আৰু মাইলৰ…

গ্ৰীষ্মকালীন বন্ধ আৰু মামাৰ ঘৰখন এক নষ্টালজিক

অনুপমা ডেকা 'গ্ৰীষ্মকালীন বন্ধ' অধীৰ অপক্ষাৰে বাট চোৱা এক মধুময় সময়। এক কথাত ক'বলৈ গলে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মাহজোৰা জিৰণি। এই 'গ্ৰীষ্মকালীন বন্ধ' বা গৰমৰ বন্ধৰ আৰত নিহি:ত হৈ থাকে শৈশৱৰ কিছু সুন্দৰ মুহূৰ্ত। সেই সুন্দৰ মুহূৰ্তবোৰ…

কলপচলা আৰু কলডিলৰ বিজ্ঞানসন্মত উপকাৰিতা

ড০ প্রদীপ নেওগ কলগছৰ মূঢ়া, গা–গছ, পাত, কলডিল, কল এই আটাইবিলাক অংগৰে বিবিধ উপকাৰিতা আছে৷ সেইবাবেই অতীজৰে পৰা বিশ্বৰ বিভিন্ন প্রান্তত মানুহে এই কেউবিধ অংগ বিবিধ প্রকাৰে ব্যৱহাৰ কৰি আহিছে৷ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি আন প্রকাৰেও সিবিলাকৰ…

বৰষুণৰ ছন্দত বৰষাৰ গান

ড০ মীন্তি গগৈ নৈসর্গিক প্ৰকৃতিৰ বুকুলৈ  সৃষ্টিৰ নূপুৰ বজাই নামি আহে বৰুণ দেৱতাৰ আৰ্শীষ ধন্য প্ৰাণ প্ৰাচুৰ্যময় ঋতু বৰষা। স্বাভাৱিকতে, গ্ৰীষ্মৰ প্ৰখৰ তাপে দগ্ধ ধৰাৰ বুকুত,বৰষাৰ ৰং কিম্বা বৰষুণৰ গুঞ্জনে সঞ্চাৰিত কৰে অপূৰ্ব মাদকতা । বৰষা…

সৰল জীৱন উচ্চ চিন্তন

পাপৰি বৰা জীৱনটো যিমানেই সৰল হয় সিমানেই সুন্দৰ হয় , চিন্তামুক্ত সহজ সৰল মনেৰে মৰা হাঁহিটোতেই ফুটি উঠে সেই নিভাজ সুখৰ ৰং। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত  চিন্তাহীন হৈ উদ্বেগহীন হৈ কটোৱা সময়খিনি আপুৰুগীয়া সময়। সৰ্বতে এতিয়া প্ৰতিযোগিতাৰ পৰিবেশ…