পাজল খেল
ড° শান্তনা বৰদলৈ
পাজল খেলৰ সৈতে সকলোৰে শিশুকালৰে পৰাই পৰিছয় ঘটে। শৈশৱৰ দিনত আইতাৰ কোলাত বহি "সাঁথৰ ভঙা"ও একপ্ৰকাৰ পাজল খেলেই আছিল। আকৌ সেই মহাকাব্য যুগৰ ৰামায়ন - মহাভাৰতৰ "পাশাখেল" ও পাজল খেলেই আছিল। পিছত মানুহৰ মাজত জনপ্ৰিয় হৈ পৰা "তাচ…