আপোনাৰ মৃত্যুত কোনে কান্দিব

মাণিক পাল হাজাৰ বছৰ আগতে বিশ্বাস কৰা হৈছিল যে পৃথিৱীত যিমান মানুহৰ জন্ম হয় সকলো ঈশ্বৰৰ স্বৰূপ। কিন্তু মানুহে পৃথিৱীলৈ আহি সেই শক্তিৰ দূৰ ব্যৱহাৰ কৰে। সেয়ে ঈশ্বৰে ঐশ্বৰিক শক্তি নিহিত হৈ থকা মানুহৰ মূৰটোক পলুৱাই থ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে, …

অনুপ্ৰেৰণা

জোনাকী দেৱী কাশ্যপ  “Motivation is the state of the individual which disposes him to certain behavior for seeking goal.” -Woodworth জীৱনত-যাত্ৰাত সময়ে সময়ে বহুতো ধুমুহা অতিক্ৰম কৰিব লগা হয়। কেতিয়াবা মানুহ ভাগৰুৱা হৈ পৰে ধুমুহাৰ…

মাটিৰ সৰগ

প্রতিভা ভাগৱতী চিপ্ চিপ্ চিপ্ চিপ্৷ ওৰেটো ৰাতি বৰষুণৰ ৰাগী৷ সিহঁতৰ সপোন, সিহঁতৰ সুৰ এই বৰষুণ৷ সিহঁতৰ জীৱনৰ গান বাজে বৰষুণৰ ৰাগীত৷ সৌ সিদিনালৈকে সিহঁতৰ চেঁতাৰত কিন্তু বজা নাছিল বৰষুণৰ সুৰ৷ কিন্তু যোৱা ৰাতিৰ পৰা বৰষুণৰ লাজ লগা চাৱনি চেঁতাৰত…

ভাৰতীয় সংগীতৰ উদ্ভৱ আৰু বিকাশ

বর্ণালী কটকী ওজা গীতং বাদ্যং তথা নৃত্যং এৱং সঙ্গীত মুচ্যতে৷ অর্থাৎ গীত, নৃত্য আৰু বাদ্য এই তিনিওবিধ কলাকে একেলগে সংগীত বোলা হয়৷ সমঋ গীতৃশসংগীত৷ সংগীতৰ উৎপত্তি সম্বন্ধে বিভিন্নজন পণ্ডিতে বিভিন্ন মত আগববাইছে৷ পণ্ডিতসকলৰ ধাৰণা, মত–দ্বিমত বা…

ৰণডংকা

প্ৰীতি বৰা শেহৰাতিৰ মুষলধাৰ বৰষুণজাকত মোৰ প্ৰিয় সখাৰ নিস্প্ৰাণ শৰীৰটো প্ৰকাণ্ড এচটা শিলৰ দৰে ধৰিত্ৰীৰ বুকুত উন্মুক্ত হৈ পৰি আছে। মই প্ৰস্তৰ মূৰ্তিৰ দৰে কাষতে ৰৈ চাই ৰৈছো কেৱল। মোৰ সমস্ত প্ৰাৰ্থনা আৰু মিনতিয়েও সখাৰ শৰীৰত প্ৰাণ সঞ্চাৰ কৰিব…

বাউল‌ আৰু দোহৰ‌ : খাঁচাৰ ভিতৰ অচিন পাখি কেমন আসে যায়

ড০ দীপশিখা ভাগৱতী "মনতুই ৰইলি খাঁচাৰ আশে, খাঁচা যে তোৰ কাঁচা বাঁশে কোন দিন খাঁচা পড়বে আসে ফকিৰ লালন কেঁদে কয়" শৰীৰতত্ত্ব আৰুআত্মাতত্বৰ আন্তঃসংযুক্ত দৰ্শন প্ৰাচ্য লোকসংস্কৃতিৰ একপুৰাতনসাৰ। "শৰীৰআত্মাৰ মন্দিৰ" শীৰ্ষক দেহবিচাৰযুক্ত লোক…

প্রেমৰ নগৰত অলিম্পিকৰ বর্ণিল সামৰণি

যোগেশ কলিতা দীর্ঘ ১০০ বছৰৰ অপেক্ষাৰ সামৰণি পেলাই কবিতা, প্রেম, শিল্পনগৰী পেৰিছত সামৰণি পৰিল দ্য গ্রেটেষ্ট শ্ব অন দ্য আর্থ খ্যাত অলিম্পিকৰ৷ ছেইন নদী দুয়োপাৰে নৃত্যশিল্পী, সংগীত শিল্পী আৰু বিনোদন কর্মীয়ে সৃষ্টি কৰা বর্ণাঢ্য কাৰুকার্যৰে…

মানৱ জীৱনৰ অভিন্ন অংগ অনলাইন খাদ্য সামগ্ৰী

অনুপমা ডেকা অনলাইনত খাদ্য সামগ্ৰী যোগান প্ৰক্ৰিয়া সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় মাধ্যম হৈ পৰিছে মানৱ জীৱনৰ অভিন্ন অংগ হৈ পৰিছে অনলাইনত খাদ্য সামগ্ৰী যোগান প্ৰক্ৰিয়া। নিবনুৱা সংস্থাপনৰ বাট দেখুৱাইছে অনলাইনৰ খাদ্য সামগ্রী যোগানে। অকলশৰীয়া লোকৰ…

নেন্সী ত্যাগী : নিজ হাতে লিখা জীৱনৰ অনুপম কবিতা 

গায়ত্ৰী দেৱী বৰঠাকুৰ আজিৰ পৰা অলপ দিন আগলৈকে ছোৱালীজনীক সকলোৱে জানিছিল কাপোৰ চিলোৱা ৰীল বনোৱা এজনী সাধাৰণ ছোৱালী হিচাপে। কিন্তু ২০২৪ চনৰ মে' মাহে সেই সাধাৰণ ছোৱালীজনীক সমগ্ৰ বিশ্বতে চিনাকি কৰি তুলিলে অসাধাৰণ এক ফেশ্বন ডিজাইনাৰ  হিচাপে।…

দর্শকৰ মন–মগজু উদ্বেলিত কৰা ছবি মহাৰাজা

শিখা ডি হাৰলালকা ছাছপেঞ্চ, থ্রিলাৰ, ড্রামা, ইমচনৰ পাৰফেক্ট কম্বিনেচন, এখন তামিল চিনেমাৰ কথা আজি ভগাই লব খুজিছোঁ আপোনালোকৰ লগত৷ এইখিনিতে কওঁ, কিছুমান চিনেমা বা কাহিনীৰ বিষয়ে আলোচনা কৰোঁতে পাতনিৰ প্রয়োজন নাথাকে৷ আমাৰ এইখন ছবিতো কোনো পাতনি…