পাৰ্টি- প্ৰাত্যহিক কঠোৰতাৰ বিপৰীতে মন জুৰোৱা সঞ্জীৱনী

পাপৰি সৌকাধৰা বৰঠাকুৰ আমাৰ জীৱনৰ কোনো এটা বিশেষ উপলক্ষ উদযাপনৰ  উদেশ্যে নিমন্ত্ৰণ কৰা অতিথিৰ সমাগম আৰু আপ্যায়নেই হৈছে পাৰ্টি৷ পাৰ্টি বুলি ক’লেই মনলৈ কিবা এটা আনন্দৰ ভাৱ আহে,উচ্ছাস জন্মে৷ কাৰণ ই হৈছে হাহিঁ-স্ফূৰ্তি,আনন্দৰ বাৰ্তাবাহক৷লগত…

পাষ্টা : গ্ৰীজি… য়াম্মি… ডেলিচিয়াছ…

স্বপ্না দাস "আজি কি খাবা বাবা এতিয়া?" "পাষ্টা বনোৱা মা।" "ভাত কিয় নোখোৱা? কালি ৰাতিও পাষ্টাই খাইছিলাচোন!" "পাষ্টা খাবৰেই মন গৈছে মা। প্লি...ই...জ।" বৰপুত্ৰ সিদ্ধাৰ্থ আৰু মোৰ মাজত হোৱা এনিশাৰ আলাপৰ অলপ এয়া। পাষ্টাৰ নামত পাগল সি। কেৱল…

অন্তঃক্ষৰা গ্ৰন্থিৰ ক্ষৰণ আৰু ইয়াৰ ওপৰত ব্যায়ামৰ প্ৰভাৱ

ৰাজীৱ কাশ্যপ অন্তঃক্ষৰা গ্ৰন্থিসমূহে নিশৰন কৰা হৰমনসমূহে আমাৰ শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়া ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই গ্ৰন্থিসমূহে ক্ষৰণ কৰা হৰমন সমূহ তেজৰ দ্বাৰা প্ৰবাহিত হৈ শৰীৰৰ বিয়পি পৰে আৰু নিজৰ স্বকীয় কাৰ্য্য সম্পাদন কৰে। হৰমন…

ৰুদ্ৰাক্ষ

ড° শান্তনা বৰদলৈ পূজা-পাৰ্বনত পুৰোহিতসকলৰ অপৰিহাৰ্য ভূষণ হিচাবে ব্যৱহাৰ কৰা "ৰুদ্ৰাক্ষ মালা" যিদাল ৰুদ্ৰাক্ষ গুটিৰে তৈয়াৰ কৰা হয়, আজি তাৰেই কথা জনাবলৈ বিচাৰিছো। এই ৰুদ্ৰাক্ষ মালাডালৰ সৈতে আমাৰ সকলোৰে চিনাকী। সৰুকালত এই ৰুদ্ৰাক্ষৰ মালা…

অৰণ্যখন জীয়াই আছে 

মনালিছা পাঠক নেওগ এনে এখন পৃথিৱী, য'ত অৰণ্যৰ ফুচফুচনি বুজি পোৱা সকলৰ আগত অৰণ্যই ৰহস্যৰ বৰপেৰা খুলি দিয়ে। সেইখন পৃথিৱীত বনানী নামৰ এগৰাকী কণমানি ছোৱালীয়ে গছবোৰক নিজৰ ঘনিষ্ঠ বন্ধু হিচাপে লৈ ডাঙৰ হৈছিল। তাইৰ হৃদয়খন প্ৰাচীন অৰণ্যৰ দৰে …

কম শাৰীৰিক ওজন : এক স্বাস্থ্য সমস্যা

লুকিমা বৰুৱা সততে যদিও অতিৰিক্ত শাৰীৰিক ওজনৰ চর্চা বেছিকৈ কৰা হয়, কম শাৰীৰিক ওজনৰ বাবেও নানা শাৰীৰিক সমস্যাই দেখা দিয়ে, সেই হেতুকে ইয়াৰ প্রতি সজাগ হোৱা উচিত৷ অৱশ্যে প্রতিজন কম শাৰীৰিক ওজনৰ ব্যক্তিয়ে আনুষংগিক স্বাস্থ্য সমস্যাৰ সন্মুখীন নহব…

ফাউণ্ডেচন

মালা মহন্ত মুখত ফাউণ্ডেচন লগোৱা হয় ছালৰ ৰঙৰ উজ্জ্বলতাৰ বাবে৷ মুখৰ যিকোনো খুঁত ঢাকিবলৈ, ছালৰ ৰং একে ৰাখি উজ্জ্বল দেখাবলৈ ফাউণ্ডেচন ব্যৱহাৰ কৰা হয়৷ মুখৰ লাৱণ্য বঢ়াই তোলাত ফাউণ্ডেচনৰ এক যাদুকৰী গুণ আছে৷ বিভিন্ন ছালৰ বাবে বিভিন্ন ফাউণ্ডেচন…

অন্তহীন ব্যস্ততাৰ মাজেতো সৌন্দৰ্যৰ যতন

বৰ্ণালী ভট্টাচাৰ্য আজিকালি সকলোৱেই সময় টনাটনি, কৰ্ম্মময় জীৱনৰ লগত আমি ইমানেই ব্যস্ত হৈ পৰিছোঁ যে নিজক যত্ন লোৱা সময় কাৰো নোহোৱাৰ দৰে হৈছে। প্ৰথমে সপ্তাহত এবাৰ কৈ ৰাতি নাৰিকল তেলৰ লগত অলপ Castor oil,মিহলাই দহমিনিট মান লাহে লাহে মালিচ কৰি…

শাৰদী ৰাণীৰ লাৱণী দেহৰ ভাঁজে ভাঁজে কবিতাৰ ৰাগিণী

মামণি ডেকা শাৰদী ৰাণীৰ আগমনত বর্ষাৰ আকাশৰ ঘন কলা মেঘে বৰণ সলালে৷ শুকুলা ডাৱৰে আহি মেলা পাতিলেহি শাৰদী আকাশত৷ নাহ গাজনি৷ নাই বিজুলী৷ শান্ত–সমাহিত নীলা আকাশ৷ চপৰা–চপৰ বগা ডাৱৰ৷ শান্ত আকাশে প্রকৃতিৰ বুকুতো ছটিয়াইছে শান্তিৰ সুৱাস৷ নৈ–বিল,…

সেন্দূৰী ওৰণি

প্রজ্ঞানভ বৰা         নিশা প্ৰায় ১১ বজাৰ পৰিবেশ।গোটেই পৰিবেশটো কুঁৱলীয়ে আৱৰি আছে।আঘোণ মাহৰ ঠেঁটুৱৈ লগা জাৰ।দক্ষিণ আকাশত জোনৰ পোহৰে কুঁৱলীৰ মাজৰে আহি জেগাখিনি অলপকৈ দৃশ্যমান কৰি ৰাখিছে।পৰিৱেশটো একেবাৰেই নিজম।দুৰ দুৰণিলৈ মানুহৰ ঘৰ নাই।কেৱল…