মকৰ সংক্ৰান্তি আৰু এই উৎসৱৰ খাদ্য সম্ভাৰ
কৰবী গগৈ শৰ্মা
ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালতো অতি উলহ মালহেৰে উদযাপন কৰা এটি পবিত্ৰ উৎসৱ হৈছে মকৰ সংক্ৰান্তি। হিন্দু ধৰ্মৰ অন্যান্য উৎসৱসমূহৰ দৰে মকৰ সংক্ৰান্তিও এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু ধৰ্ম অনুসৰি সূৰ্য ই…