ওজন ব্যৱস্থাপনত সঠিক খাদ্য বাছনি
নমী মোহন
মেদবহুলতা বিশ্বব্যাপী জনস্বাস্থ্যৰ আটাইতকৈ গুৰুত্বপূর্ণ সমস্যাবোৰৰ ভিতৰত অন্যতম এটা সমস্যা হৈ পৰিছে৷ সমগ্র বিশ্বৰ বহুতো লোক অতিৰিক্ত ওজনত ভুগি আছে৷ আৰু সেই অতিৰিক্ত ওজন হ্রাস কৰিবলৈ আৰু দেহৰ নির্দিষ্ট গগ দিবলৈ চেষ্টা কৰোঁতে মানুহে…