খ্ৰীষ্টমাছ ট্ৰি 

ড° শান্তনা বৰদলৈ শীতৰ আমেজভৰা ডিচেম্বৰ মাহৰ মূখ্য আকৰ্ষণেই হ'ল খ্ৰীষ্টমাছ বা বৰদিন উদযাপন। যদিও খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পৱিত্ৰ, ভগৱান যীশু খ্ৰীষ্টৰ জন্মদিন এই বৰদিন বা খ্ৰীষ্টমাছ , তথাপিতু বৰ্তমান গোলকীয় পৃথিৱীত  সকলোৱেই…

সমাজৰ দৃষ্টিত সুখী হোৱাটো ব্যয়বহুল

জোনাকী দেৱী কাশ্যপ যদি আপুনি সুখী হৈ থাকিব বিচাৰে তেন্তে সুখী হোৱাটো বহুত সস্তা, কিন্তু যদি আপুনি সুখী সেয়া দেখাব খোজে তেন্তে সেয়া বহুত ব্যয়বহুল৷ গৌৰ গোপাল দাস৷ সুখ এক মানসিক অনূভূতি৷ সুখ মনৰ এক অৱস্থা যি ভালপোৱা, তৃপ্তি অথবা আনন্দৰ…

ষ্ট্ৰোক : কাৰণ আৰু প্ৰতিৰোধৰ উপায়

ৰাজীৱ কাশ্যপ 'ষ্ট্ৰোক'  বৰ্তমান সময়ত  বেছিকৈ দেখা পোৱা এক গুৰুতৰ শাৰীৰিক সমস্যা যাক অতি কমসময়ৰ ভিতৰত চিনাক্ত কৰি জৰুৰীকালীন ভাবে চিকিৎসা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। এক সমীক্ষা মতে ভাৰতবৰ্ষত প্ৰতি ৪০চেকেণ্ডত এজন লোক ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু…

প্রকৃতিৰ অনাবিল সৌন্দর্যৰে ভৰা ডিমা হাছাও

আগৰ নাম উত্তৰ কাছাৰ পার্বত্য জিলা অসমৰ এখন জিলা৷ ঐতিহাসিকভাৱে ডিমাছা–কছাৰীসকলৰ্ বাসভূমি এই অঞ্চল৷ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ জিলাখনত অসমৰ একমাত্র পার্বত্য চহৰ হাফলং অৱস্থিত৷ হাফলং এই জিলাৰ সদৰ৷ হাফলং পাহাৰত অৱস্থিত হাফলং অসমৰ একমাত্র…

প্ৰতি মঙ্গলবাৰে মোৰীৰ সৈতে

মাণিক পাল আমেৰিকান লেখক, সাংবাদিক আৰু সংগীতজ্ঞ মিচ এলবম (Mitch Albom) যেতিয়া যুৱক আছিল তেতিয়া তেওঁ তেওঁৰ বৃদ্ধ অধ্যাপক মোৰী শোৱাটৰ্জক (Morrie Scwartz) প্ৰতি মঙ্গলবাৰে লগ ধৰিছিল আৰু জীৱন সম্পৰ্কে বিভিন্ন শিক্ষা লাভ কৰিছিল। তেওঁ নিজৰ…

আইনাত ৰেচিপি

মিছামাছৰ পকৰী উপকৰণঃ ডাঙৰ মিছামাছ ১০ টা কণী এটা ময়দা ১/৩ কাপ কৰ্ণফ্ল’ৰ ১/৩ কাপ নেমুৰ ৰস দুই চামুচ নিমখ জোখমতে ব্ৰেড ক্ৰামছ একাপ জালুকৰ গুৰি এক চামুচ আদা-নহৰু পেষ্ট আধা চামুচ জলকীয়া গুৰি আধা চামুচ মিঠাতেল প্ৰয়োজনমতে ঠাণ্ডা পানী…

পানীসেউতী

ড° ৰীতা মণি বৰা কি অপূৰ্ব দৃষ্টিনন্দন দৃশ্য! চকুৰে মণিব পৰালৈকে ফুল আৰু ফুল -- যেন ডাঠ গুলপীয়া ৰঙৰ এখন সাগৰ--- ৫২ ইঞ্চিৰ টিভি স্ক্ৰীনত ওপঙি ফুৰিছে সেই সাগৰ --বেক গ্ৰাউণ্ডত সাংবাদিকৰ সবিশেষ বিৱৰণ -- "হয়, জামুগুৰিহাটৰ এখন পথাৰৰ ইমূৰ- সিমূৰ…

নিউমনিয়া আৰু প্রতিৰোধ

ডাঃ দ্বীপজ্যোতি শর্মা মানুহৰ জীৱন সবল কৰি ৰাখিবলৈ সুস্থ খাদ্য প্রণালী, কার্যক্ষমতাৰ লগতে সু–শৃংখলিত জীৱনশৈলীৰ অতিকৈ প্রয়োজন৷ কিন্তু তাৰ মাজতো শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক্ ব্যক্তিৰ হব পৰা এবিধ সংক্রমণজনিত ৰোগ নিউমনিয়া৷ হাওফাঁওৰ বায়ু জমা হৈ…

হাৰছুটিজম্

বর্ণালী ভট্টাচার্য হাৰছুটিজম আমাৰ শৰীৰৰ সৌন্দর্যৰ প্রধান শত্রু৷ কেতিয়াবা আমি দেখিবলৈ পাওঁ যে কিছুমান মহিলাৰ বা ছোৱালীৰ পুৰুষৰ দৰে বুকু, পিঠি, ওঁঠৰ ওপৰত বা গাৰ বিভিন্ন অংগত বেছিকৈ নোম বা চুলি গজে৷ যাৰ বাবে তেনে লোকে বহুত বেছি পৰিমাণে মানসিক…

দ্য গট লাইফ

শিখা ডি হাৰলালকা চিনেমাক কোৱা হয় জনজীৱনৰ দাপোণ৷ সৰু সৰু ঘটনা–পৰিঘটনাই পিষ্ট কৰি পেলোৱা আপোনাৰ মোৰ দৰেই কিছুমান মানুহ, যিসকলক চতুৰ পৰিচালকে শক্তিশালী চিত্রনাট্য আৰু কাহিনী কথনৰ বাহাদুৰীৰে বিশ্ববিজয়ী কৰি তোলে ছবিৰ মাধ্যমেৰে৷ এইখিনিতে কওঁ…