ভেনিলা
ড° শান্তনা বৰদলৈ
বিশেষ খাদ্যসম্ভাৰ যেনে আইচক্ৰীম, চকলেট , নানাতৰহৰ পুডিং , কেক, ব্ৰাউনি, বিস্কুট বা কুকিজ, বেকাৰীজাত খাদ্যসামগ্ৰী ইত্যাদিৰ প্ৰস্তুতকৰণত ব্যৱহৃত সকলোৰে পৰিচিত অতিকে জনপ্ৰিয় সুগন্ধীকাৰক উপাদানবিধেই হৈছে "ভেনিলা"। আধুনিক…