প্রজন্মৰ ব্যৱধান

(১)আজিৰ প্রেক্ষাপটত এটা চর্চিত বিষয় জেনেৰেচন গেপ অথবা প্রজন্মৰ ব্যৱধান ৷ কিজানি মানুহৰ উৎপত্তিৰ সময়ৰ পৰা, ভাষা উৎপত্তি কালৰে পৰা, মানুহৰ সমাজ–সভ্যতা–বিস্তা হোৱাৰে পৰা প্রজন্মৰ ব্যৱধানবোৰ দৃষ্টিগোচৰ হৈ আহিছে ৷ একালত উলংগ লোক, জুইৰ…

স্ব–আলাপঃ সুস্থ জীৱনৰ চাবিকাঠী

ডাঃ কৰুণা হাজৰিকা আপুনি বাৰু কেতিয়াবা নিজে নিজে কথা পাতি পাইছেনে কেতিয়াবা হয়তো আইনাৰ সন্মুখত থিয় হৈ অলপ হলেও কিবা কথা চিন্তা কৰি পাইছে ৷ হয়তো ভাবিছে চুলিখিনি বেয়া হৈছে বা দাড়িখিনি কাটিব লাগিছিল, আজি থাওক, বা কাপোৰযোৰ পৰিস্থিতিৰ লগত খাপ…

ৰাজহাড়ৰ আঘাত আৰু চিকিৎসা

ডাঃ দ্বীপজ্যোতি শর্মা আমাৰ শৰীৰৰ গুৰুত্বপূর্ণ অংগৰ ভিতৰত মেৰুদণ্ড হৈছে কলা বেণ্ডৰ দৰে এক দীঘল নলী, যি তল পিঠিৰ সৈতে সংযোগ হৈ মগজুলৈ বিস্তৃত থাকি স্নায়ুৰ সংকেত বহন কৰাৰ উপৰি দেহৰ সংবেদনশীল অনুভৱ আৰু লৰচৰ কৰাত সহায় কৰে ৷ অৱশ্যে বিভিন্ন কাৰণত…

পষ্টাৰেল হাইপটেনশ্বন

ৰাজীৱ কাশ্যপ পষ্টাৰেল হাইপটেনশ্বন হৈছে বহাৰ পৰা থিয় হলে বা শোৱাৰ পৰা বহাৰ লগে লগে ৰক্তচাপ কমি যায় ৷ ইয়াৰ ফলত কিছুমান লোকৰ মূৰ–ঘূৰণি হয়, চকুৰে আন্ধাৰ দেখে বা মূর্ছা গৈ পৰি যাব পাৰে ৷ এইবিধ নিম্ন ৰক্তচাপৰ এটা প্রকাৰ, যাক চিকিৎসা বিজ্ঞানৰ…

কালা

শিখা দেৱী হৰলালকা বলীউডত ভাল ছবি নির্মাণ নহয় বুলি জনমানসত বিয়পি যোৱাৰ পিছত নিজৰ হেৰুওৱা মর্যাদা উদ্ধাৰত নামি পৰিছে বলীউডে ৷ যাৰ শেহতীয়া উদাহৰণ কথা ৷ বলীউডত অকল কৰণ জোহৰ, ৰোহিত ছেট্টীৰ চিনেমাই নচলে, ভাল কণ্টেণ্টৰ ভাল পৰিচালকৰ ছবিও দর্শকে…

বহাগৰ সাজসজ্জা

অসমীয়া সমাজত বহাগৰ  মাহটো কেৱল বিহু  বুলিয়ে নহয়, বিবাহ বা অন্যান্য শুভকর্মৰ বাবেও অতি পৱিত্র আৰু উপযুক্ত সময় বুলি গণ্য কৰা হয় ৷ বর্তমান যুগত পৰম্পৰাগত নীতি–নিয়ম আৰু সংসৃক্তিৰ বিনিময়ৰ খুব সুন্দৰ আৰু সঘন উপস্থিতি আমাৰ বিবাহৰ অনুষ্ঠানৰ মাজতে…

গর্ভৱতী মহিলাৰ সৌন্দর্য চর্চা

বিষয়া ভূঞা মাতৃত্ব নাৰী জীৱনৰ এটি উত্তম সুখানুভূতি ৷ নাৰী জীৱনৰ পূর্ণতাই হৈছে মাতৃত্ব ৷ এই মাতৃত্ব লাভৰ পূর্বে এগৰাকী মহিলাই ন মাহ ধৰি নিজৰ গর্ভত তেওঁৰ সন্তানক কঢ়িয়াই থাকিব লাগে আৰু এই সময়খিনিত মহিলাজনীক গর্ভৱতী বা মহিলাজনীৰ গর্ভাৱস্থা…

সৌভাগ্যবর্ধনৰ বাবে সজাওক আপোনাৰ ঘৰখন

সৌভাগ্যবর্ধনৰ বাবে সজাওক আপোনাৰ ঘৰখন ডঃ কৰবী বেজবৰুৱা ঘৰ এখন সজোৱাৰ হেঁপাহ প্রতিগৰাকী গৃহিণীৰে অন্তৰত থাকে ৷ নিজৰ মতে নিজৰ অভিৰুচি, পছন্দ, ৰং, হেঁপাহেৰে প্রতিগৰাকী গৃহিণীয়ে হওক বা প্রতিখন ঘৰৰ মহিলা, যুৱতীসকলক প্রায়ে ঘৰ এখন…

হতাশা মুক্তিৰ উপায় বনস্নান

পুষ্পাঞ্জলি শিৱমশর্মা  বনস্নান শব্দটো এক শাৰীৰিক আৰু মনোবৈজ্ঞানিক অভ্যাসৰ ক্ষেত্রত ব্যৱহাৰ কৰা হয়, যাক প্রথমতে ১৯৮০ চনতে জাপানত প্রচলিত হৈছিল ৷ ই হৈছে এনে এক অভ্যাস যাক শিনৰিন–য়কু নামেৰেও জনা যায় ৷ ইয়াৰ প্রধান লক্ষ্য হৈছে প্রকৃতিৰ…