হতাশা মানসিক অশান্তিৰ কাৰক 

ডাঃ কৰুণা হাজৰিকা এদিন এজন লৰা মনৰ দুখত ৰাস্তাৰ কাষত থকা বেঞ্চত আমন–জিমনকৈ বহি আছিল ৷ তাৰ দুখ এই কাৰণেই লাগিছিল যে তাৰ মাক–বাপেকে বহু কষ্ট কৰি তাক ডাঙৰ কৰিলে আৰু পঢ়াই–শুনাই শিক্ষিত কৰিলে, কিন্তু তাৰ এই শিক্ষাৰ আজি কোনো ফল নাই ৷ সি কোনো…

চিঙৰাৰ সুস্বাদু কাহিনী

পংকজ কুমাৰ নেওগ বেছিভাগ ভাৰতীয়ই চামোচা বা চিঙৰাক বাটে–পথে দোকানীয়ে বেচা এবিধ সাধাৰণ জলপান বুলি গণ্য কৰে ৷ কিন্তু দৰাচলতে ইয়াৰ ঐতিহাসিক মূল্য বহুত বেছি ৷ ই এক ঐতিহাসিক প্রতীক আৰু লগতে জলপানবিধে বিশ্বায়নৰ প্রক্রিয়াটোত বিশেষ একো নতুনত্ব নাই…

বলীউডত জিলিকিছে অসমৰ চাও মুন চাওদাং

কাঞ্চনজ্যোতি গোহাঁহ  বলীউডৰ সংগীত বা চলচিচত্র জগতৰ সতে অতীজৰে পৰা অসমৰ সংগীত আৰু  অভিনয় জগতৰ কেৱল শিল্পীসকলেই নহয় সাম্প্রতিক সময়তো অসমৰ একেবাৰে ভিতৰুৱা গ্রামাঞ্চলৰ লগতে ক্ষুদ্র নগৰাঞ্চলৰো বহু যুৱক–যুৱতীয়েই বলীউডৰ নিচিনা এখন বিশাল…

ভ্রমণপূর্বক বুদ্ধিমান টেকনিক

পূর্বানী গোস্বামী বেছিভাগ মানুহেই সহজাত ভ্রমণকাৰী নহয় ৷ ই এনেকুৱা এটা গুণ যিটো কেৱল অভিজ্ঞতাৰ সৈতেহে বিকশিত হয় ৷ ভ্রমণৰ জ্ঞান হৈছে মিছ কৰা ড্রেইন, বাছ বা প্লেন, নতুন স্থানলৈ গৈ অবাক বা মূর্খৰ দৰে কৰা আচৰণ, সাংসৃক্তিক অসচেতনতা আৰু অগণন…

জাপৰী

তৰালি ঘৰফলীয়া ছোৱালীজনী জাপৰী৷ গাঁৱত তাইক সেই নামেৰেই জানে সকলোৱে৷ জপৰা চুলিকোছা মেলি ভৰ দুপৰীয়া বৰ আমজোপাৰ তলত ৰৈ থকা ছোৱালীজনীক দেখিলে সৰু লৰা–ছোৱালীমখাই ভয় খাই মৰে ৷ অনবৰতে পেনপেনাই থকা পেনেৰীয়া কেঁচুৱাটোক লৈ মাকহঁতেও দূৰৰ পৰা আঙুলিয়াই…

আত্মবিলাপ

হিমানী কলিতা নীৰৱতাই আৱৰি থকা ঘৰটোৰ বহল বাৰাণ্ডাৰ এই বেতৰ চকীখনেই এতিয়া মোৰ একমাত্র সংগী ৷ ইয়াৰ কোলাতেই বহি পাৰ হয় মোৰ পুৱা–গধূলিৰ সময়বোৰ ৷ ইয়াৰ কোলাতেই বহি হিচাপ–নিকাচ কৰোঁ পাৰ হৈ যোৱা দিনবোৰত কৰি অহা সকলো পাপ–পুণ্যৰ ৷ পুণ্য জানো কৰিছো…

ইণ্ঢাৰনেট অৱ থিংছ্

ভৱেন বৰুৱা বর্তমান যুগত ইণ্ঢাৰনেটে মানুহৰ চিন্তা, কাম–কাজ, দৈনন্দিন জীৱন আদিত এনে গভীৰভাৱে শিপাই আছে যে ইণ্টাৰনেটবিহীন জীৱনধাৰাৰ কথা ভবাটোৱেই অসম্ভৱপ্রায় হৈ পৰিছে ৷ আৱিষ্কাৰৰ এশ বছৰ নৌহওঁতেই স্বাস্থ্য, শিক্ষা, যাতায়াত আৰু যোগাযোগ,…

তৃপ্তি–তৃপ্তি

পপী কলিতা সকলো মানুহৰে জীৱনত কম–বেছি পৰিমাণে তৃপ্তি–তৃপ্তি থাকে ৷ মানুহৰ নিজৰ কামৰ মাজতে থাকে তৃপ্তি–তৃপ্তি ৷ কেতিয়াবা আমি এটা কামত যদি তৃপ্তি বা সন্তুষ্টি অনুভৱ কৰোঁ, আকৌ কেতিয়াবা কিবা এটা কামত নাইবা কিবা এটা কাৰণত অতৃপ্তি বা অসন্তুষ্টি…

৯০ৰ দশক এক নষ্টালজিয়া

বর্ণালী এছ ডেকা ১৯৯০ ৰ দশকটো ভাৰতত গভীৰ পৰিৱর্তন আৰু সাংসৃক্তিক পৰিৱর্তনৰ সময় আছিল ৷ এই দশকটোৰ কথা ভাবিলেই মনটো এক নষ্টালজিক আনন্দত ডুব যায় ৷ এই যুগত দেশখনে ডিজিটেল যুগত ভৰি দিছিল, কেৱল টেলিভিছনৰ আগমন, কম্পিউটাৰৰ প্রসাৰ অর্থাৎ ভাৰতীয়…