ফল্গুৎসৱত প্রাকৃতিক ৰঙৰ পয়োভৰ

ডঃ মীন্তি গগৈ  ধৰিত্রীৰ বুকুত ঋতুচক্রৰ পৰিৱর্তনৰ সতে বিভিন্ন ধৰণৰ উৎসৱৰ আয়োজন কৰা হয় ৷ হিমশীতল শীতৰ পৰিসমাপ্তিত ফাগুন মাহত সেউজীয়া প্রকৃতিৰাণী ঋতুৰাজ বসন্তৰ আগমন আনন্দত নাচি উঠি যেন ৰঙা, নীলা, হালধীয়া ভিন্ন ৰঙৰ ফুলেৰে সুশোভিত হৈ পৰে ৷…

মহীয়সী নাৰী

তুলিকা   দেবী নাথ  নাৰী অনন্যা, নাৰী অপৰূপা ৷ নাৰী অর্ধআকাশ, নাৰী সৃষ্টিৰ উৎস ৷  বিশ্ব খনিকৰৰ যেন নিটোল সৃষ্টি এই নাৰী৷ নাৰী শক্তিৰ জাগ্রত ৰূপ ৷ আজিৰ নাৰী অৱলা নহয়, নাৰী সাহসী, নাৰী মহীয়সী ৷ নাৰীক বর্ণনা কৰিবলৈ কিমান যে শব্দৰ অলংকাৰেৰে…

ঘৰত তৈয়াৰী মাছাজ ক্রীম

গীতাশ্রী গগৈ হাতীবৰুৱা আজিকালি দোকান অথবা বজাৰত দামী কম দামী বিভিন্ন ব্রেণ্ডৰ মাছাজ ক্রীম কিনিবলৈ পোৱা যায়৷ এইসমূহ ক্রীম ব্যৱহাৰ কৰাৰ বাদেও ঘৰতে অতি সহজতে পোৱা সামগ্রীৰেও এটা খুব সুন্দৰ মাছাজ ক্রীম তৈয়াৰ কৰি লব পাৰে ৷ ঘৰতে তৈয়াৰ কৰি লোৱা…

সংগীতৰ সংলাপ–আলাপ

নিজৰা ৰাজকুমাৰী নাটক এখন মঞ্চস্থ কৰাৰ ঠিক আগমুহূর্তত দর্শকক কেনেদৰে স্বাগতম জনাব লাগে এই প্রশ্নৰ উত্তৰ অনেক যুক্তি, অনেক সম্ভাৱনাৰ কথা কৈ অনেক ধৰণে দিব পাৰি ৷ ব্যক্তিগতভাৱে মোৰ ভাল লাগে নাটক এখন আৰম্ভ হোৱাৰ পূর্বে প্রেক্ষাগৃহত নিম্ন স্বৰত…

বালিঘৰ

চন্দামিতা শর্মা চচপেনটোত উতলি থকা ডাঠ গাখীৰখিনিত দুচামুচ চাহপাত দি, ক্রমাৎ ৰং সলনি হবলৈ ধৰা মিশ্রণখিনিলৈ একেথৰে চাই ৰল তাই ৷ ওফন্দি অহা মিশ্রণখিনিত সৰু চামুচ এখনেৰ আগেৰে অকণমান হলাচিগুডি দি পুনৰ উতলিব দিলে ৷ মলমলীয়া গোন্ধটো বুকুলৈকে উজাই…

ৰেচিপি

পিংকি বৰুৱা আম আৰু চাগুৰ ডেজার্ট উপকৰণঃ চাগু একাপ গাখীৰ চাৰিকাপ কনডেন্স মিল্ক এশ গ্রাম হলাচি গুড়ি ১/৩ চাহ চামুচ ছেফ্রন এচিকুট ড্রাই ফ্ৰুট অলপমান কাজু, পেষ্টা, কাঠ বাদাম আৰু চেৰী পকা আম দুটা চেনি আধাকাপ প্রণালীঃ চাগুখিনি পাত্র…

জৈৱিক বয়স হ্রাসকৰণঃ বার্ধক্য ৰোধনৰ বৈজ্ঞানিক পন্থা  

ডঃ প্রদীপ নেওগ বার্ধক্য বোলোঁতে সাধাৰণতঃ জীৱনৰ ৬০ বছৰ বয়সৰ ঊধর্বৰ কালছোৱাক বুজা হয় ৷ এই কালছোৱাত সাধাৰণতঃ মানুহৰ শাৰীৰিক আৰু মানসিক দুয়োপ্রকাৰৰ স্বাস্থ্যৰ ভালেমান ধৰণৰ অৱনতি তথা দুর্বলতা, অক্ষমতা আৰু বিসংগতি  ঘটে ৷ এনে সাধাৰণতঃ ঘটা…

চাহ বাগিচাৰ বড়া বাংলো

পংকজ কুমাৰ নেওগ অসমৰ চাহ সংসৃক্তি ১৮০০ চনত ব্রিটিছ যুগৰ পৰাই আৰম্ভ হয় আৰু চাহ বাগিচাৰ বেছিভাগ বাংলোই ভিক্টোৰিয়ান শৈলীৰ স্থাপত্যৰ প্রতিফলন ঘটাইছে ৷ ঘৰবোৰ সাধাৰণতে দুমহলীয়া আৰু কাঠৰ ওখ ষ্টিচ্ট, একচেটিয়া জুহশালেৰে বাঁহ আৰু কাঠেৰে সজ্জিত…

কেশ বিন্যাস আৰু চুলিৰ সমস্যাৰ সমাধান

বর্ণালী ভট্টাচার্য কেশ হৈছে নাৰীৰ সৌন্দর্যৰ এক অনন্যম অবিচ্ছেদ্য অংগ ৷ অৱশ্যে  আজিকালি নাৰীসকলৰ দৰে পুৰুষসকলো সৌন্দর্য চর্চাৰ ক্ষেত্রত সমানে সচেতন ৷ সেইবাবে সৌন্দর্য বৃদ্ধিৰ ক্ষেত্রত কেশ বিন্যাসে এক গুৰুত্বপূর্ণ অৰিহণা যোগায় ৷ বিশেষ ধৰণৰ…

আন্দামানৰ নীল নীলা সাগৰ

জোনা শর্মা এটা সুন্দৰ পুৱাৰ আৰম্ভণিৰে আমাৰ যাত্রা আৰম্ভ হয় কলকাতা হৈ আন্দামান দ্বীপলৈ  ৷ বহু আকাংক্ষিত আন্দামান যাত্রাই উৎফুল্লিত কৰি তোলে ৷ গুৱাহাটীৰ পৰা কলকাতালৈ গৈ ৰাতিটো কলকাতাত থাকি পিছদিনা এঘাৰ বজাত আমাৰ যাত্রা আন্দামানলৈ ৷ প্রায়…