অকণি

মৰমৰ আইনাৰ  অকণিহঁত, মৰম লবা৷ ইতিমধ্যে তোমালোকে ৰঙৰ উৎসৱ ফাকুৱা নিশ্চয় উলহ–মালহেৰে পালন কৰিলা ৷ ভাল লগা কথাটো হল এই ফাগুনৰ বতৰতে প্রকৃতিয়েও যেন ৰঙৰ উৎসৱ পালন কৰে ৷ তোমালোকে যদি মহানগৰ বা যিকোনো চহৰৰ পৰা বাহিৰলৈ গৈ হাবি বা অৰণ্যৰ ওচৰলৈ…

অসমৰ প্রথমগৰাকী মহিলা ঢুলীয়াপুণ্যপ্রভা দত্ত তামুলী

উজ্জ্বল জ্যোতি দাস ১৯৭৬ চনত নতুন দিল্লীত অনুষ্ঠিত সাংসৃক্তিক সমাৰোহত যোৰহাটৰ পুণ্যপ্রভা দত্তই বিবাহ সূত্রে তামুলী হৈছে অসমৰ প্রথমগৰাকী মহিলা ঢুলীয়া শিল্পী হোৱাৰ সন্মান অর্জন কৰিছিল ৷ সেই একেটা বছৰৰে  ২ আৰু ৪ তাৰিখে ফেব্রুৱাৰী মাহত…

ভিটামিন–ডিৰ প্রয়োজনীয়তা

ৰাজীৱ কাশ্যপ  সুস্থ–সবল আৰু নিৰোগী এটা দেহৰ অধিকাৰী হবলৈ খাদ্যত প্রটিন, কার্বইড্ৰেট আৰু তেল বা চর্বিৰ লগতে ভিটামিন আৰু খনিজ পদার্থ যথেষ্ট পৰিমাণে থকা উচিত ৷ এই আটাইবোৰ উপাদান উপযুক্ত পৰিমাণে খাদ্যত থাকিলে, তেনে খাদ্যক সুষম খাদ্য বোলে ৷…

এগৰা ফবিয়া

প্রাঞ্জল প্রতীম বৰা আপোনাৰ কোনো বহুত মানুহৰ সমাগম হোৱা ভিৰ ঠাই, বজাৰ, বহুত গাড়ী–মটৰ চলা ঠাই, মিটিং, পার্টী আদিত যাবলৈ ভয় ভয় লাগে নেকি বা গা বেয়া কৰে নেকি বা এনেবোৰ ঠাইৰ পৰা আপুনি দূৰতে থাকে নেকি আমাৰ মাজত এনেকুৱা বহুতো লোক আছে যিসকলে কোনো…

সমালোচকৰ প্রশংসা বুটলিছে অসমীয়া ছবি জিয়াই

উজলিল প্রাগ চিনে এৱার্ডতো দর্শনা বৰুৱা অতি সোনকালেই  চিত্রগৃহত শুভমুক্তিৰ অপেক্ষাত থকা  নতুন অসমীয়া ছবি এখনে দর্শকক কিছু সুকীয়া সোৱাদ দিবলৈ সক্ষম হৈছে৷ ছবিখনৰ নাম হৈছে জিয়া ৷ জানিবলৈ পোৱা মতে জিয়া অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব ১৭ মেত ৷…

সৌন্দর্য চর্চাত প্রাকৃতিক দ্রব্য

মালা মহন্ত বিহু বুলি কলেই যেন এক উছৱমুখৰ পৰিৱেশ ৷ এই পৰিৱেশত আমি কিদৰে নিজকে আকর্ষণীয় কৰি ৰাখিব পাৰোঁ তথা বিহুৰ সময়ছোৱাত ভিন্ন প্রাকৃতিক, ভেষজ উপাদান ভৰপূৰ হৈ পৰে ৷ প্রকৃতিৰ বুকুত সহজতে পাব পৰা এই উপাদানসমূহেৰে আমি ছাল আৰু চুলিৰ যতন লব…

এটেনচন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছর্ডাৰ

নিমি বৰগোহাঁই এটেনচন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছর্ডাৰ (ADHD) হৈছে একপ্রকাৰৰ মানসিক স্বাস্থ্যজনিত বিকাৰ, যিয়ে ইম্পলচিভ আৰু হাইপাৰএক্টিভ আচৰণৰ সৃষ্টি কৰিব পাৰে ৷ প্রাপ্তবয়স্ক্ আৰু শিশু উভয়ৰে এই অৱস্থা হব পাৰে যদিও শিশুৰ ক্ষেত্রত এই অৱস্থা…

এণ্টিক আৰু শ্বুটিং প্রপার্টীৰ ব্যৱসায়

পূর্বানী গোস্বামী বহুতৰ বাবে অতীত পাৰ হৈ অহা কেইখনমান পুৰণি কেলেণ্ডাৰ আৰু কিছু মুষ্টিমেয় লোকৰ বাবে অতীত সযতনে সাঁচি ৰখা কেতবোৰ পল ৷ কিছুমান পুৰণি বস্তু কিমান দামী আৰু বিৰল, সেহ বিষয়ে বহুতে অজ্ঞাত ৷ বিপৰীতে কিছু লোকে পুৰণি স্মৃতি বিজড়িত…

মেনেজমেণ্ট পাঠ্যক্রম

ডঃ বুলজিৎ বুুঢ়াগোহাঁই মেনেজমেণ্ট বিষয়ৰ পাঠ্যক্রম পঢ়ি শিক্ষার্থীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে ৷ মেনেজমেণ্ট পাঠ্যক্রমৰ অসংখ্য বিভাগ আছে ৷ যেনে অপাৰেচন মেনেজমেণ্ট, হণ্টাৰনেচনেল বিজনেছ মেনেজমেণ্ট, হনফৰমেচন মেনেজমেণ্ট, হভেণ্ট মেনেজমেণ্ট,…

আইনাৰ অকণিহঁত

মৰমৰ আইনাৰ অকণিহঁত, মৰম লবা ৷ ইতিমধ্যে তোমালোকৰ কিছুমান অকণিৰ ঘৰত নিশ্চয় দাদা বা বাইদেউহঁতৰ হাইস্কুল  শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বৰ ব্যস্ততা চলি আছিল ৷ গতিকে তেওঁলোকক লৈ মাৰা–দেউতাৰাহঁত ব্যস্ত হৈ থাকোঁতে…