আপোনাৰ শিশুক পেকেটত পোৱা ফলৰ ৰস দিয়েনে

ডাঃ মৃদুপ্লাৱন বৰা ফলৰ ৰস, বিশেষকৈ বজাৰত উপলব্ধ পেকেটত পোৱা ফলৰ ৰস স্বাস্থ্যকৰনে এইবোৰ পনীয়ৰ প্রতি শিশুৰ আকর্ষণ থাকে৷ পিতৃ–মাতৃয়েও এইবোৰ লৰা–ছোৱালীক দিয়া প্রায়েই দেখা পাওঁ৷ অকল এয়েই নহয়, আজিকালিৰ বজাৰত এনেধৰণৰ পনীয়ৰ কথা বাদেই দিছোঁ, শিশুৰ…

নিম্ন ৰক্ত চাপ আৰু খাদ্য

প্ৰাঞ্জল প্ৰতীম বৰা নিম্ন ৰক্ত চাপ বা LOW BLOOD PRESSURE , যাক কোৱা হয় " Hypotension " বুলি, উচ্চ ৰক্তচাপ বা High Blood Pressure ৰ সমানেই গুৰুত্বপূৰ্ণ ।  নিম্ন ৰক্ত চাপ বুলি তেতিয়া কোৱা হয় যেতিয়া শৰীৰৰ তেজ পৰিৱহণ কৰা ধমনীবোৰৰ বেৰত তেজে ক'ম…

সন্তানৰ কেৰিয়াৰ বাছনি আৰু অভিভাৱকৰ কৰ্তব্য

অনু বৰুৱা প্ৰত্যেকজন পিতৃ-মাতৃ বা অভিভাৱকৰ এটা সপোন বা আশা পুহি ৰাখে যাতে তেওলোকৰ সন্তানে  সমাজত তেওলোকৰ নাম উজলায় ৷ নিজে নোৱাৰা বা অসমৰ্থ হোৱা বিষয়বোৰত সন্তানে সফলতা  আনক বা তেওতকৈও বিখ্যাত হওক সেই ধৰণৰ চিন্তা কৰা অভিভাৱক এতিয়া বহুত…

গল্প : বৈপৰিত্য

গায়ত্ৰী প্ৰান্তিক শৰ্মা প্ৰতিদিনাৰ দৰে আজিও দৌৰাদৌৰিকেহে আহি বাছখন ধৰিবহি পাৰিলে শ্যামল বৰুৱাই। কন্দাক্টৰ বুবুলে তাৰ চিৰাচৰিত বিৰক্তিকৰ সুৰটোৰে ভোৰভোৰাই উঠিল : ছাৰ এইকেইদিন কিন্তু আপোনাৰ সদায় দেৰি হৈছে দেই। কাইলৈৰ পৰা আৰু পাঁচ মিনিটতকৈ এক…

‘গাইড’ বোলছবিখনৰ ইংৰাজী সংস্কৰণঃ নেপথ্যৰ কাহিনী

পংকজ কুমাৰ নেওগ দেৱ আনন্দ অভিনীত ‘গাইড’ (১৯৬৫) বোলছবিখনৰ ইংৰাজী সংস্কৰণৰ এটা নকল কপি ইন্টাৰনেটত প্রকাশিত হৈছে আৰু ই প্রমাণ কৰে যে চিনেমাপ্ৰেমীসকলৰ আবেগ আৰু কল্পনাশক্তি সম্ভৱতঃ ষ্টুডিঅ’ কাৰ্যবাহীসকলতকৈ বেছি। ভাৰতত খুব কমেই প্ৰদৰ্শিত তথা বহু…

আয়ুৰ্বেদৰ জৰিয়তে গ্ৰীষ্মকালীন ঋতুচৰ্য্যা

ডা: ৰীমা  ভট্টাচাৰ্য্য বসন্তকালে প্ৰকৃতিক এক ন ৰূপ প্ৰদান কৰে। কুঁহিপাত, শুকান সৰাপাত,গ্ৰীষ্ম প্ৰবাহ,পৰিভ্ৰমী চৰাইৰ আগমণ,ফল-ফুলেৰে জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি। বসন্ত কালত নতুনকৈ মানৱ শৰীৰত কফ দোষ গঠন হবলৈ আৰম্ভ কৰে আৰু শৰীৰক immunity প্ৰদান…

স্বাস্থ্যকৰ যকৃতৰ বাবে পুষ্টিৰ প্ৰয়োজনীয়তা

বিপ্লব ওজা তেজপুৰ বিশ্ববিদ্যালয় এক শেহতীয়া অধ্যয়নত দেখা গৈছে যে ভাৰতৰ 80% আই.টি পেছাদাৰীলোকৰ কামৰ চাপ, বহিৰাগত আৰু দুৰ্বল জীৱনশৈলীৰ বাবে চৰ্বিযুক্ত যকৃত আছে। 2021 চনত আন এক অধ্যয়নত ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল হেপাটোলজী জাৰ্নেলত…

মৰমৰ দেউতা

জোনাকী দেৱী কাশ্যপ “One father is more than a hundred schoolmasters.” —George Herbert দেউতা, পৃথিৱীৰ এক মধুৰতম শব্দ।দেউতা বুলিলে এক বিশাল সত্ত্বা,যাক শব্দৰে প্ৰকাশ কৰাটো কঠিন। দেউতা,যাৰ দিনৰ দিনটো শেষ হয় নিজৰ সন্তানক ভাল মানুহ কৰি গঢ়িবলৈ…

এংকাইলোজিং স্পণ্ডাইলিটিচ : কাৰণ আৰু চিকিৎসা

ৰাজীৱ কাশ্যপ ফিজিঅ'থেৰাপিষ্ট এঙ্কাইলোজিং স্পন্দাইলিটিচ হৈছে এক প্ৰকাৰৰ 'ইনফ্লামেটৰী গাঠিৰ বিষ ,যিটো প্ৰধানকৈ ৰাজহাড়ঁৰ কশেৰুকাসমুহৰ মাজত থকা গাঠিবোৰ আৰু শৰীৰৰ ডাঙৰ গাঠিবোৰ ক্ষতিগ্ৰস্থ হয়।আমাৰ মেৰুদণ্ডডাল ৩৩ টুকুৰা কশেৰুকাৰে গঠিত।এই…

গ্রীষ্মকালত কেনেকৈ লব স্বাস্থ্যৰ যতন

ডাঃ দ্বীপজ্যোতি শর্মা পি টি, স্নায়ুফিজিথেৰাপিষ্ট, সহকাৰী অধ্যাপক মহাত্মা গান্ধী বিশ্ববিদ্যালয় ১৩ মাইল, গুৱাহাটী বর্তমান গৰম পৰাৰ লগে লগে আৰম্ভ হৈছে ৰদৰ প্রকোপ৷ ফলত বেছিকৈ ঘাম ওলোৱাৰ লগতে শৰীৰবোৰ ততালিকে ভাগৰুৱা আৰু মনবোৰ ভাল নালাগে৷…