ছালৰ বার্ধক্য, পুষ্টি আৰু SPF

বিপ্লব ওজা বার্ধক্য (Aging) বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জৈৱিক পৰ্যায়ত সময়ৰ লগে লগে বিভিন্ন ধৰণৰ আণৱিক আৰু কোষীয় ক্ষতি বৃদ্ধি হোৱাৰ ফলত বয়স বৃদ্ধি হয়।বয়স বৃদ্ধি হোৱাৰ লগে-লগে শাৰীৰিক আৰু মানসিক ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পায়;…

আইনাত গল্প : দেৱী

পল্লৱী কৌশিক শৰ্মা সম্ভৱতঃ ঘড়ীৰ কাটাই তেতিয়া নিশা দুই বজাৰ সংকেত দিছিল। অফিচৰ পেণ্ডিঙ কাম দুটামানৰ অন্ত পেলাই, লেপট’পটো সামৰি বিছনাত পৰিছিলোঁহে মই, হঠাতে নিস্তব্ধতাত ব্যাঘাত জন্মাই ম’বাইলৰ ৰিঙট’নটো বাজি উঠিল। সমান্তৰালকৈ পোহৰৰ এটি…

মিলেট আৰু মিলেট ৰাণী ৰাইমতি ঘিউৰিয়াৰ সফলতাৰ কাহিনী

গায়ত্ৰী দেৱী বৰঠাকুৰ "The best way to find yourself is to lose yourself in the service of others." M. K. Gandhi. ওড়িশাৰ এখন ভিতৰুৱা গাঁৱৰ এগৰাকী সাধাৰণ মহিলাই যেতিয়া চুলিত বগা ফুল গুজি, সাধাৰণ এখন জনজাতীয় শাৰী পৰিধাৰণ কৰি অংশগ্ৰহণ…

আইনাত স্বাস্থ্য : ৰাতিচৰ্যা

ডাঃ নিতুল বৈশ্য আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানে ৰোগ আৰোগ্যৰ বাবে Preventive, Promotive, Curative আৰু Restorative -- ৰোগ আৰোগ্যৰ এই আটাইকেইটা বিষয়ৰ বিষয়ে বিধান প্ৰদান কৰে। পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে প্ৰতি ২৪ ঘণ্টাত এপাককৈ…

ভ্ৰমণ জীৱনৰ : কাশ্মীৰে মাতে হাতবাউলি

মঞ্জুলা বর্মন সেয়া আছিল ১৯৭৬ চনৰ কথা৷ এপ্রিল মাহ৷ মই প্রৱেশিকা পৰীক্ষা দি উঠিছোঁ৷ ফলাফল ওলোৱালৈ এটা দীঘলীয়া বন্ধ৷ সেই বন্ধতে আমাৰ পৰিয়ালটো মই, মা–দেউতা, দাদা দুজন আৰু আমাৰ সৰু মামা মিলি কাশ্মীৰ ভ্রমণলৈ ওলালোঁ৷ সেই সময়ত যাত্রা আজিৰ দৰে…

গল্প : হেৰোৱা বহাগ

মেঘালী দত্ত ঠাকুৰীয়া খিৰিকীখন খুলি দিলোঁ, বহাগৰ প্রথম কাঁচিয়লি ৰদৰ উমাল পৰশৰ হেঁপাহত৷ সুখ বা দুখৰ সময় বুলি কথা নাই৷ বহাগ যে আহিবই, সময়ত৷ গছ–বিৰিখ, নৈ, আকাশ, বতাহ সকলোতে আহে বহাগ৷ মোৰ আলসুৱা আৰু অবাধ্য হূদয়খনত তুমি নাথাকিলেও যে বহাগ আহে৷ এই…

আইনাত শব্দশিল্প : দ্য কনকুৱেষ্ট অৱ হেপিনেছ

মাণিক পাল আমি যদি আমাৰ চাৰিওফালৰ মানুহবোৰলৈ লক্ষ্য কৰোঁ, তেন্তে দেখিম যে মৌলিক প্রয়োজনসমূহৰ অভাৱত যিমান মানুহ অসুখী হয়, তাতকৈ বেছি মানুহ এহবোৰ থকাৰ পিছতো অসুখী অনুভৱ কৰে৷ সহজ কথাত কবলৈ গলে সম্প্রতি দৰিদ্র মানুহতকৈ ধনী মানুহবোৰ বেছি অসুখী৷…

মোৰ দুচকুৰে তুমি আকাশ চাবা

বাবুল শর্মা পুৱা আঠ বজাত গা ধুই উঠি ছাদত কাপোৰ মেলিবলৈ উঠি গল মালৱিকা ৷ মার্চ মাহৰ কোমল ৰদৰ আমেজ লোৱাৰ বাবেই মালৱিকাই অলসভাৱে তিতা কাপোৰ মেলি আছিল ৷ হঠাতে কৰবাৰ পৰা বতাহত ভাহি আহিল বাঁহীৰ মিঠা সুৰ ৷ বাঁহীৰ মিঠা সুৰ তাইৰ কর্ণকুহৰেদি প্রৱেশ…

সত্য কাহিনীৰ আলমত দ্য কেৰালা ষ্টৰী

প্রণৱজ্যোতি মহন্ত বহু বিতর্কৰ মাজতে ৫ মেত ছবিগৃহত মুক্তি পালে পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্টৰী ৷ শেহতীয়াকৈ বিতর্কৰ বাবে নির্মাতাই ছবিখনৰ ট্ৰেইলাৰতো পৰিৱর্তন কৰিবলগীয়া হৈছিল ৷ এনেদৰে চালে সঁচা ঘটনাৰ আধাৰত এখন ছবি নির্মাণে চিনেমা…

মিছেছ চেটার্জী বনাম নৰৱে

শিখা ডি হাৰলালকা বহুদিনৰ বিৰতিত বলীউডত কিছু ভাল ছবি নির্মাণ হৈছে ৷ আৰু এই ছবিসমূহৰ পৰিচালক বেছিসংখ্যকেই অল্পখ্যাত নাইবা নতুন ৷ আমি আজি কথা পাতিবলগীয়া ছবিখনৰ বিষয়বস্তু সম্পূর্ণ বাস্তৱধর্মী ৷ ২০১১ চনৰ মে মাহত নৰৱে নামৰ দেশখনত এটা ভাৰতীয়…