চাৰ্ক’পেনিয়া আৰু পঞ্চকৰ্ম
ডাঃ ৰীমা ভট্টাচাৰ্য্য
মেডিচিন বিশেষজ্ঞ ও চিকিৎসা বিষয়া, নগাঁও
চাৰ্ক’ অৰ্থাৎ মাংসপেশী আৰু পেনিয়া অৰ্থাৎ হ্ৰাস হোৱা। শৰীৰৰ মাংসপেশী সাধাৰণতে বয়স বৃদ্ধিৰ ফলত কমি যোৱা দেখা যায়। কমি যোৱা মানে দুই ধৰণৰ হ্ৰাস বুজাই – মাংসপেশীৰ ঘনত্ব কমি যোৱা…