অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক–১২

নিজৰা ৰাজকুমাৰী ১৯১৬-১৭ -তে ছাত্ৰ নেতা হিচাবে উজ্জ্বলি উঠা এজন নাট্যকাৰৰ এখন নাটকৰ বিষয়ে কিঞ্চিত কথা ক'ম। কংগ্ৰেছৰ বিশেষ কলিকতা অধিৱেশন, তেজপুৰৰ অসম অসম ছাত্ৰ সন্মিলনী, নাগপুৰৰ ছাত্ৰ সন্মিলন, মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ কাৰ্যসূচী আদিত…

হৃদয়ত জুবিন

আবেদুল চুলতান কথা–সুৰ–ছন্দৰে অনেকক উদ্বেলিত কৰি সুদূৰত অকালতে জীৱন নাটৰ সামৰণি পেলোৱা সাম্প্রতিক অসমীয়া সংগীত জগতৰ মুকুটবিহীন সম্রাট জুবিন গার্গক চিৰদিনলৈ হেৰুৱাই মর্মাহত হৈছে কোটি কোটি লোক৷ বহুতে বিচাৰি পোৱা নাই প্রিয় শিল্পীজনক…

অসমৰ বিনোদন জগতৰ অতুলনীয় নক্ষত্র জুবিন গার্গ

উৎপল দত্ত জুবিন গার্গৰ অকাল মৃত্যুৰ খবৰ প্রচাৰ হোৱাৰ লগে লগেই সমগ্র অসমখন শোকত বুৰ যায়৷ অকল শোক নহয়, ক্ষোভ আৰু তীব্র খং৷ প্রিয় সংগীতশিল্পী এজনক অকালতে, কোনো প্রাকইংগিত নথকাকৈ, অসমৰ পৰা দূৰৈত হেৰুৱাবলগীয়া হোৱা বাবে জুবিনপ্রেমীসকলৰ মন…

হামিং সম্রাট জুবিন গার্গ

মলয় বৰুৱা মানুহভৰা পৃথিৱীত মানুহৰ মানুহ বিচাৰি হাহাকাৰ হোৱা একবিংশৰ এই দশকৰ এগৰাকী মানুহৰ মানুহক সময়ে হেৰুৱালে পৃথিৱীৰ বুকুত৷ জীৱনৰ প্রতিপল শান্তিৰ সন্ধান কৰি পৃথিৱীৰ বাবে সৃষ্টি কৰিলে গীতিসাহিত্যৰ এটি নতুন যুগ৷ এটা মৌলিক জীৱনশৈলীৰে এটা…

সাগৰতলিৰ পৰা জনসমুদ্রৰ বুকুত জুবিন, বিমর্ষ পৰিৱেশত অশ্রুসিক্ত নয়নেৰে অগণিত অনুৰাগী

‘মোৰ প্রতিবাদী সত্তাৰ পৰিধি/তহঁতে বুজি নাপাবি৷ মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ/সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ/মাথোঁ মোৰ ৰং সলনি হ’ব/পানীৰ সোৱাদ সলনি হ’ব...৷’ সুনীলিম সমুদ্রৰ প্রতি অদ্যম বাসনা আছিল তেওঁৰ৷ সেই সাগৰ তলিতে লক্ষ লক্ষ অনুৰাগীক শোক…

পূজা পালনৰ বিধি

ড০ কৰবী বেজবৰুৱা মা দুর্গা পূজা শাৰদীয় কালত হোৱা দুর্গা পূজাক শাৰদীয় দুর্গা পূজা বুলি কোৱা হয়৷ ইয়াক অকালবোদন দুর্গা পূজা বুলিও কোৱা হয়৷ ভগৱান শ্রীৰামে ৰাৱণক পৰাস্ত কৰিবলৈ শৰৎকালত এই পূজা কৰিছিল আৰু দশমীৰ দিনা ৰাৱণক বধ কৰিছিল৷ সেয়েহে…

দেজা-ভু  : এক বিশেষ অনুভূতি

ভাৰ্গৱ কুমাৰ বৰুৱা আজিৰ পৰা প্ৰায় আঢ়ৈশ বছৰ আগতে ১৮৭৬ চনত প্ৰখ্যাত ফৰাছী দাৰ্শনিক এমিলি বইৰাকে "দেজা-ভু" এই বিশেষ শব্দটো মানুহৰ মন-মগজুৰ এক বিশেষ চেতনা বা অনুভতিক নামাকৰণ কৰাৰ বাবে ব্যৱহাৰ কৰিছিল। যিটো শব্দৰ ইংৰাজী ভাবানুবাদ হ'ল "already…

পিঠিৰ বিষ : কাৰণ আৰু নিৰাময়ৰ উপায়

ৰাজীৱ কাশ্যপ  'পিঠিৰ বিষ' সঘনাই দেখা পোৱা সমস্যা।ছাত্ৰ- ছাত্ৰী পৰা বয়োজেষ্ঠলৈ প্ৰায় সকলো বয়সৰ লোকে এই বিষত ভুগিব পাৰে। এই বিষৰ বহুতো কাৰণ থাকে।প্ৰথমতে এই কাৰণখিনি জানোঁ আহক।  প্ৰথম কাৰণ হৈছে দৈনন্দিন জীৱনত কৰা কিছুমান কাম যেনে গধুৰ…

গল্প : গৰীয়সী

হিমানী কলিতা ধুমুহাজাক অহাৰ আগতেই জয়ন্তী বুঢ়ীয়ে নিজৰ কোঠাত সোমাই দুৱাৰৰ খিলিটো ভালকৈ লগাই দিয়ে। কাণত তুলা দুটুকুৰা সুমুৱাই লৈ বিছনাত পৰি থকা জয়ন্তী বুঢ়ীৰ কাণত কোঠাটোৰ বাহিৰত চলি থকা ধুমুহাজাকৰ হোঁ-হোঁৱনিবোৰ এতিয়া একেবাৰেই নপৰে। পিছে বুঢ়ীৰ…

গ্ৰীষ্মকালীন মেকআপ

অজন্তা উপমন্যু  গ্ৰীষ্মকাল মানেই ঘামেৰে লুটুৰি পুটুৰি ছাল তাৰোপৰি আকৌ অতিৰিক্ত তেলেতীয়া ছাল। তাতে আকৌ মাজে মাজে বিয়া, জন্ম দিন, পাৰ্টি আদিলৈও যাব লগীয়া হয়। গৰম বুলিতো আৰু মেকআপ অকনমান নকৰাকৈ কেনেকৈ যাব পাৰি । কিন্তু সমস্যা হ'ল কি ধৰণৰ…