পৰিৱৰ্তনৰ ধামখুমীয়াত গৰমৰ বন্ধ
প্ৰণতি দেৱী শৰ্মা
“আজি স্কুল বন্ধ,গোলাপ ফুলৰ গোন্ধ"৷কথাষাৰ নিশ্চয় আপোনাৰো মনত আছে৷ মনত থকাই নহয় আপুনিও চাগৈ চিঞৰি চিঞৰি গাইছিল এদিন এই বাক্যশাৰি । কিমান যে প্ৰাণৰ আৰু হেঁপাহৰ আছিল এই শব্দবোৰ৷শিক্ষাৰ্থী জীৱনত স্কুল বন্ধ হ’লেই আনন্দত…