প্ৰসৱোত্তৰকালীন চুলি সৰা সমস্যা
বৰ্ণালী ভট্টাচাৰ্য
পুৰুষ-নাৰী নিৰ্বিশেষে বিভিন্ন বয়সৰ লোকৰে চুলিৰ সৰা সমস্যাই দেখা দিয়ে। দৈনিক এইডালৰ বেচিসংখ্যক চুলিৰ সৰিলে তাক অস্বাভাৱিক বুলি গণ্য কৰা হয।প্ৰকৃততে ই হৈছে এবিধ ৰোগ আৰু ইয়াৰ নাম হৈছে "টেলোজেন ইচলামিয়াম।" অপৰিণত চুলিৰ…