গ্ৰীষ্মকালীন বতৰৰ ফল আৰু আমাৰ স্বাস্থ্য
অজন্তা উপমন্যু
এতিয়া গ্ৰীষ্মকালীন সময়। এই সময়ত এফালে যেনেকৈ উৎকট গৰম আনফালে আকৌ গাৱে-ভূঁয়ে, হাতে-বজাৰে নানান ফলৰ সমাহাৰ। আম, কঁঠাল, লেতেকু, তিয়ঁহ, জামু, তৰমুজ, বেল আদি বতৰৰ ফলেৰে বজাৰ উভৈনদী হৈ থাকে। কোনো কোনো লোকৰ বাৰিটো এইবোৰ ফল…