শেষৰ আগত

ইলামণি শইকীয়া           আজি ১ মে’, শ্ৰমিক দিৱস৷ অৱসৰী বিনোদনৰ বাবে এটা দিন৷ আজি নিজৰ সৈতে নিজে কথা পতাৰ এটা সুযোগ. . .           ওহো আজি নয়নাই শ্ৰমিকৰ কথা পাতিব খোজা নাই কাৰো লগত৷ ইতিহাস  খুঁচৰি উলিয়াই আনিব খোজা নাই লাঞ্ছনা-বঞ্ছনাৰ…

অনুৰাগিণী

মালা দিহিঙীয়া হাজৰিকা সি একেৰাহে চাই থাকে উদেষ্ণালৈ। প্ৰথম ক্লাছটোৰ পৰাই সি একেৰাহে তাইলৈ চাই থাকে। তাই জানে। আঁৰ চকুৰে তায়ো চাই তাক। কিবা এটা ভাল লাগে। আগতকৈ অলপ সাজি কাচি আহিবলৈ ভাল লাগে তাইৰ । গালখনত অকণ পাওদাৰ লগাবলৈ মন…

জীৱন এক কেলিডোস্কোপ

পূৰবী বৰুৱা “সকলো যাত্ৰীকে সুপ্ৰভাত জনাই ঘোষণা কৰা হৈছে যে কলকাতা অভিমুখী এয়াৰ ইন্ডিয়াৰ AI638 বিমানখনত ২০মিনিটৰ পিছত বোৰ্ডিং আৰম্ভ হ’ব৷গতিকে বিমানখনৰ  সকলো যাত্ৰীক দুই নং গেটৰ ওচৰত উপস্থিত হ’বলৈ অনুৰোধ জনোৱা হ’ল৷“        …

এজন সন্ন্যাসী যিজনে নিজৰ সম্পত্তি বিক্ৰী কৰে

মাণিক পাল ধৰক আপুনি এখন সেউজীয়া মনোৰম বাগিচাত বহি আছে। যিখন বাগিচা এনেকুৱা কিছুমান অসাধাৰণ ফুলেৰে ভৰি আছে যিবোৰ আপুনি হয়তো আগতে কেতিয়াও দেখা নাই। বাগিচাৰ পৰিৱেশ নিস্তব্ধ আৰু শান্তিময়। বাগিচাত বহি এনেকৈ ইন্দ্ৰিয়সুখৰ ৰস পান কৰক যেনিবা…

সোতৰ বছৰীয়া প্রত্যাশা : টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

যোগেশ কলিতা ক্রিকেটক পূজা কৰা দেশলৈ ১৭ বছৰ পিছত আহিল টি–২০ বিশ্বকাপৰ ট্ৰফী৷ ক্রিকেটৰ জন্ম যদিও ইংলেণ্ডত তথাপি ভাৰতত ক্রিকেটক পূজা কৰা হয়৷ লগতে ১১ বছৰ পিছত আহিল আইচিচিৰ মেগা ইভেণ্টৰ মুকুট৷ ২০১৩ চনৰ চেম্পিয়নছ ড্রফীৰ পিছত ভাৰতে কোনো এটা…

কেইখনমান বিশেষ ছবি, চুটি ছবি তথ্যচিত্ৰৰ কথাৰে

দৰ্শনা বৰুৱা আগষ্টত ছবিগৃহলৈ আহিল যশস্বী অভিনেতা প্ৰয়াত নিপন গোস্বামীয়ে অভিনয় কৰা অন্তিমখন অসমীয়া চিনেমা 'সেউজ সন্ধান'। অহা ২ আগষ্টত অসমৰ বিভিন্ন চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া চিনেমা জগতৰ শ্ৰদ্ধেয় শিল্পী প্ৰয়াত নিপন গোস্বামীয়ে…

সর্বজন উপভোগ্য ছবি কল্কি ২৮৯৮ এডি

শিখা ডি হাৰলালকা বহু সময়ৰ অন্তত ছবিজগতলৈ কিছু পৰিৱর্তন আহিছে৷ কিছুমান এনে কণ্টেণ্ট লৈ পৰিচালকে ছবি নিমর্মাণ কৰিবলৈ আগবাঢ়িছে, যত ৰিস্ক্ ফেক্টৰ বহুত আছে৷ অর্থাৎ ছবিখন হিট হব নে ফ্লপ হব, সেয়া ধূঁৱলি–কুঁৱলী, অর্থাৎ অস্পষ্ট৷ এনে এটা কণ্টেণ্ট…

পার্ল ফেচিয়েল থেৰাপী

মালা মহন্ত আজিৰ পৰা প্রায় কেইবাহেজাৰ বছৰ পূর্বে বিখ্যাত আয়ুর্বেদ মহর্ষি বাণভট্ট আৰু নাগার্জুনে শাৰীৰিক পুষ্টিবর্ধনৰ বাবে ধাতুৰ প্রয়োগ আৰম্ভ কৰিছিল৷ বৈদ্যশাস্ত্রত উল্লেখ আছে যে বিভিন্ন প্রাকৃতিক গছ–লতা, গছৰ শিপা, ফুল, ফল আদি বাহকৰূপে লৈ…

দৃষ্টিত সৃষ্টি… ফটোগ্ৰাফী

মনমৰমী মহন্ত পৰিপাটীকৈ সজাই ৰখা চ'ৰা ঘৰটোত এপদ এপদ সামগ্ৰী চালে চকু ৰৈ যোৱাকৈ সজাই ৰখা হৈছে। সোঁ কাষৰ টেবুলখনত কেইবাখনো কিতাপৰ লগতে যতনাই ৰাখিছে এলবাম কেইটা। জ্ঞানৰ সমাহাৰেৰে সমৃদ্ধিশালী কিতাপকেইখনৰ দৰেই বহু স্মৃতিৰ সফুৰাৰে সমৃদ্ধিশালী সেই…