মূৰৰ ছালৰ স্বাস্থ্য
ডা : সুদীপ্তা দত্ত দাস
স্বাগত চিকিৎসালয়
মূৰৰ ছালৰ যতন (scalp care) সুস্থ চুলি আৰু মূৰৰ ছালৰ স্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মূৰৰ ছালত খজুৱতি, চুলি সৰা, মূৰৰ ছাল শুকান হোৱা, তৈলাক্ত হোৱা বা অন্যান্য সমস্যাৰ পৰা হাত সাৰিবলৈ…