সুস্থ হৃদপিণ্ডৰ বাবে সতর্কতাৰ প্রয়োজন

লুকীমা বৰুৱা খাদ্য বিশেষজ্ঞ আপুনি জানেনে ৰাতি শুই থাকোঁতে মৃত্যু ঘটা ঘটনাৰ অধিকাংশৰ কাৰণ হৈছে হূদপিণ্ডৰ অসুখ৷ বহু সময়ত এই ৰোগে কোনো জাননী নিদিয়ে অর্থাৎ লক্ষণ নেদেখুৱায়৷ গতিকে হূদপিণ্ডটো সুস্থ ৰাখিবলৈ যত্ন কৰক, এই ৰোগৰ কাৰকসমূহৰ বিষয়ে…

অসমৰ বৰঘৰত ৰান্ধনিশাল

মীনাক্ষি বেজবৰুৱা আহ্ কি সুগন্ধ প্রাচীন অসমৰ খাদ্য সম্ভাৰৰ কি যে সুস্বাদু ব্যঞ্জনেৰে অতিথি আপ্যায়নৰ এক পাৰম্পৰিক নীতি–নিয়মৰ প্রচলন, ভাবিলে সঁচাই নিজৰ মননত উদ্ভাসিত হৈ উঠে কিমান যে কর্মঠ অসমৰ পুৰুষ–নাৰীসকল৷ আহকচোন আমি আজি প্রাচীন অসমৰ…

ক্লিনিকেল ডিপ্রেছন

নিমি বৰগোহাঁই আজি কিছুদিন পূর্বে মোৰ ওচৰলৈ এগৰাকী মহিলা আহিছিল৷ অলপতে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছে৷ মোক আহি কলে যে আজিকালি মোৰ একো কৰিব মন নাযায়, অকল এলাহ এলাহ ভাৱ আহি থাকে৷ টোপনি টোপনি লাগি থাকে৷ একোৱে ভাল নালাগে, কতো যাব মন নাযায়,…

কিতাপ বিতৰক কেনেকৈ হ’ব পাৰি ?

ড° বুলজিৎ বুঢ়াগোহাঁই ২৩ ডিচেম্বৰ, ২০২৪ তাৰিখে অনুষ্ঠিত হোৱা অসম ৰাজ্যিক কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ সমাজৰ মাজত গ্রন্থ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ ২০২৫ বৰ্ষটি  'কিতাপৰ বৰ্ষ' হিচাপে পালন।  প্ৰথমবাৰৰ বাবে…

চুটিগল্প : দোমোজা

তৰালী ঘৰফলীয়া লাজটো ক্রমান্বয়ে বাঢ়িছে তাইৰ। যিমানে গা গধুৰ হৈ আহিছে, সিমানে অলস অলস ভাবটোৱেও যেন হেঁচা মাৰি ধৰিব খুজিছে। আৰুনো কিমান দিন? কাতি সোমালেই যেতিয়া মাজত আঘোণৰ মাহটোহে আছেগৈ। পুহৰ মাজমানতে চাগে' গা পাতলিব। তাই মনে-প্রাণে কামনা…

ঋতুকালীন ফুল আৰু বজাৰ সম্ভাৱনা

অনুপমা ডেকা জক্ মককৈ ফুলা নানা ৰঙী। ফুলে মানুহৰ মনলৈ প্ৰশান্তি কঢ়িয়াই আনে। পূৰ্বতে গ্ৰাম্য অঞ্চলত ফুলৰ খেতি বা সন্মুখৰ চোতালত নানা ৰঙী ফুল প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছিল। কিন্ত্ত লাহে লাহে যেন নগৰ অঞ্চলত এই trend আৰম্ভ হল। এতিয়া ফ্লেট সমূহৰ…

আজিৰ যুৱ প্ৰজন্মৰ সমাজত প্ৰভাৱ

ডাঃ কৰুণা হাজৰিকা আগৰ প্ৰবন্ধত অমি প্ৰজন্ম আলফা (২০১০ ৰ পৰা ২০২৪ ৰ ভিতৰত জন্ম লাভ কৰা)ৰ বিষয়ে আলোকপাত কৰিবলৈ চেষ্টা কৰিছিলো। ইয়াৰ আগৰ প্ৰজন্ম, যাক জেড প্ৰজন্ম বোলা হয় আৰু প্ৰকৃতাৰ্থত এওঁলোকেই আজিৰ যুৱ প্ৰজন্ম। আজি আমি এওঁলোকৰ সমাজৰ প্ৰতি…

শীতকালীন ভ্ৰমণ আৰু ডুৱাৰ্ছৰ অৰণ্যবিলাস

পূৰবী বৰুৱা ভ্ৰমণ বুলি ক’লেই আমাৰ মানসপটত ভাঁহি উঠে নিজৰ পচন্দৰ ঠাইখনত কটাব খোজা মধুৰ, শান্তিময় সময়ৰ প্ৰতিচ্ছবি, ভৰি উঠে মন এক অনাবিল আনন্দ আৰু ৰোমান্সেৰে৷ বৰ্তমান ব্যস্ততাপূৰ্ণ,বিৰামহীন আৰু বহুখিনি যান্ত্ৰিক জীৱনত শৰীৰ,মনৰ অৱসাদ দূৰ…

মানসিক চাপ আৰু যত্ন

প্ৰাঞ্জল প্ৰতীম বৰা "Stress is our daily bread " .......Stress বা মানসিক চাপ হল এটা স্বাভাৱিক শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়া যি নিৰ্ভৰ কৰে আমাৰ জীৱনৰ experience সমূহৰ ওপৰত। ব্যস্ত পৃথিৱীখনত কিবা এটা কৰি জীয়াই থাকিব খোজোতেই আমি টান খাই…

কমলাৰে সৌন্দৰ্য্য চৰ্চা 

গীতাশ্ৰী গগৈ হাতীবৰুৱা যিহেতুকে এতিয়া কমলাৰ বতৰ। এই বতৰৰ ফল কমলা আমি খোৱাৰ উপৰিও আমাৰ সৌন্দৰ্য্য চৰ্চাটো ব্যৱহাৰ হৈ আহিছে। এই ফলৰ বাকলি গোটেই বছৰটোৰ কাৰণে সংৰক্ষণ কৰি থব পাৰি আৰু প্ৰয়োজনত তাক ব্যৱহাৰ কৰিলেই হ'ল। প্ৰথমে কমলাৰ বাকলি খিনি…