পেষ্টিছাইডৰ প্রভাৱ সম্বন্ধে আপুনি সজাগনে

বিপ্লৱ ওজা পেষ্টিছাইড বা কীটনাশক হৈছে ৰাসায়নিক বা জৈৱিক কাৰক আৰু এইবোৰ শস্যক পতংগ, অপতৃণ আৰু সংক্রমণৰ পৰা সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ বিশ্বৰ উন্নয়নশীল দেশবোৰত কীটনাশক বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ বর্তমান প্রণালীৰ শস্য উৎপাদনৰ বাবে কীটনাশকৰ…

পেষ্টেল ৰং

পেষ্টেল ৰং, ইয়াক পেষ্টেল টিণ্ট ভিন্ন ৰঙৰ সংমিশ্রণ বুলিও কোৱা হয়৷  পেষ্টেল ৰঙে হয়াৰ উজ্জ্বল ৰঙতকৈ কোমল ৰূপ গঠন কৰে৷ পেষ্টেল ট্ৰেণ্ড আজিকালি মানুহৰ মাজত জনপ্রিয়৷ সাধাৰণতে মহিলাসকলে বিশেষকৈ বসন্ত কালত পেষ্টেল ৰঙৰ কাপোৰ কিনাটো বেছি পছন্দ কৰে৷…

পৰোঁ যদি বাগৰি উজুটিত, বন্ধু ধৰিবা তুমি

স্বপ্না দাস (১) "ঐ কৰবী আহিছে গুৱাহাটীৰ পৰা ।" "কি ক !" "অ, চানডে' লগ লাগিম হা গোটেইকেইটা।" না কৰাৰ কথাই নাহে। নিৰ্দিষ্ট সময়ত গোটেইমখা লগ লাগো। আৰম্ভ হৈ যায় আড্ডা। অনৰ্গল কথা আৰু হাঁহিৰ খিলিকনি; মাজে মাজে স্নেকছ-চাহ আৰু চুপটি...।…

সুস্থ জীৱন আৰু নিজৰ পৰিচৰ্যা

ডাঃ কৰুণা হাজৰিকা আপুনি বাৰু কেতইয়াবা নিজৰ কথা ভাৱিছেনে ? অৰ্থাৎ আপুনি আপোনাৰ পৰিচৰ্যাৰ কথা ভাৱি চাইছেনে বা অনুভৱ কৰিছেনে? সাধাৰণতে আমি কেতিয়াও আমাৰ নিজৰ কথা ভাৱিবলৈ আহৰিকে নাপাওঁ। সদায় হয়তো আপুনি কিবা নহয় কিবা কামত ব্য়স্ত থাকে নতুবা নিজৰ…

ৰেচিপি : চজিনা পাতৰ উপকাৰিতা

আইমণি গোহাঁই দিহিঙীয়া চজিনা পাতৰ উপকাৰিতা…… বাৰিষা লহপহকৈ বাঢ়ি অহা চজিনা পাতবোৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰি বুলি সকলোৰে জ্ঞাত। বিশেষকৈ চজিনা পাতক শৰীৰৰ বাবে লাগতিয়াল ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্টৰ উৎস বুলি বিভিন্ন তথ্যৰ পৰা…

গ্ৰীষ্মকালীন বতৰৰ ফল আৰু আমাৰ স্বাস্থ্য

অজন্তা উপমন্যু এতিয়া গ্ৰীষ্মকালীন সময়। এই সময়ত এফালে যেনেকৈ উৎকট গৰম আনফালে আকৌ গাৱে-ভূঁয়ে, হাতে-বজাৰে নানান ফলৰ সমাহাৰ। আম, কঁঠাল, লেতেকু, তিয়ঁহ, জামু, তৰমুজ, বেল আদি বতৰৰ ফলেৰে বজাৰ উভৈনদী হৈ থাকে। কোনো কোনো লোকৰ বাৰিটো এইবোৰ ফল…

মনোমোহা পর্যটনস্থলী চানডুবি

চানডুবি হ্রদ হৈছে অসমৰ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত গুৱাহাটী চহৰৰ পৰা ৬৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু ৩৭নং ৰাষ্ট্রীয় ঘাহপথেৰে যাব পৰা এটা প্রাকৃতিক হ্রদ৷ অসম আৰু মেঘালয়েৰে আগুৰি থকা গাৰোপাহাৰৰ পাদদেশত অৱস্থিত এহ বিলখন৷ গভীৰ…

শিশুৰ বাবে নাটক

নিজৰা ৰাজকুমাৰী শিশুৰ বাবে লিখা, শিশুৰ মনোযোগ আকৰ্ষণ কৰা বা ধৰি ৰখা আদি বৰ সহজ কথা নহয়। শিশুৰ বাবে এখন ভাল নাটক লিখাটোও বৰ সহজ নহয়। শিশুৰ বাবে নাটক লিখা মানে কেৱল দৰ্শক শিশুসকলক ধৰি ৰখাৰ কথায়েই গুৰুত্ব নাপায়, গুৰুত্ব দিব লগা হয় নাটকখনত…

ষ্ট’ইচিজম দৰ্শন আৰু জীৱনশৈলীত ইয়াৰ ইতিবাচকতা

পুষ্পাঞ্জলি শিৱমশৰ্মা ষ্ট’ইচিজম দৰ্শন এসময়ত পশ্চিমৰ দেশসমূহৰ অন্যতম জনপ্ৰিয় শাখা আছিল। তেওঁলোকে এক শক্তিশালী আৰু উত্তম জীৱনৰ সন্ধানৰ বাবে ইয়াক অনুসৰণ কৰিছিল। প্ৰধানকৈ ধনী আৰু প্ৰভাৱশালী লোকসকলে ইয়াৰ অনুশীলন কৰিছিল, পালন কৰিছিল আৰু সফলো…

শ্লীপ্‌ পেৰেলাই-চিচ্‌

প্ৰাঞ্জল প্ৰতীম বৰা সপোনৰ পৃথিৱীখন বৰ আচৰিত। ৰাতি শুৱাৰ পিছত আমি বহুত ধৰণৰ সপোন দেখো , নহয়নে ? কেতিয়াবা কিছুমান আচৰিত সপোন দেখো। ভাল সপোন দেখিলে মন ভাল লাগে আৰু বেয়া সপোন দেখিলে পিছদিনা মনটো বেয়া লাগে, ভয় ভয় লাগে কিবা হয় বুলি।কেতিয়াবা…