টেনিছ্ এল্বো

প্রাঞ্জল প্রতীম বৰা বহুতো মানুহৰ এনেকুৱা এটা হাতৰ বিষ হোৱা দেখা যায়, যত হাতৰ কিলাকুটি বা এল্বো জইণ্টৰ ঠিক ওপৰত টিঙিচকৈ মৰা বিষ এটা লাগি থকাৰ দৰে লাগে ৷ প্রথমে লাহে লাহে লাগি থকা বিষটোৱেই পিছত বাঢ়ি যায় আৰু লাহে লাহে হাতখন ঘূৰাবলৈ অসুবিধা…

গ্রীষ্মকালত সেৱন কৰক স্বাস্থ্যকৰ–সতেজ পানীয়

বর্ণালী এছ ডেকা মানুহৰ শৰীৰ ৭০ শতাংশতকৈও অধিক পানীৰে গঠিত ৷ কিয় পানী খাব লাগে আমাৰ স্বাস্থ্যৰ বাবে পানী অতি প্রয়োজনীয় ৷ কোষলৈ পুষ্টিকৰ পদার্থ অনা, শৰীৰৰ লেতেৰা আঁতৰোৱা, গাঁঠি আৰু অংগক সুৰক্ষা দিয়া, শৰীৰৰ উষতা বজাই ৰখা আদি আমাৰ শৰীৰৰ বহু…

চুলিৰ গুৰি চাফা কৰাৰ উপায়

বর্ণালী ভট্টাচার্য আমাৰ চুলিখিনি দেখাত ভাল লাগিবৰ কাৰণে বহুত ধৰণৰ উপায় অৱলম্বন কৰোঁ ৷ কিন্তু তাৰ পিছতো কেতিয়াবা সুফল লাভ কৰিব নোৱাৰোঁ ৷ যাৰ ফলত কেতিয়াবা আমি হতাশ হব লগা হয় ৷ আমি সকলোৱেই কিছু পৰিমাণে হলেও জানো যে আমাৰ চুলিখিনি তিনিটা তৰপেৰে…

তৃপ্তি–তৃপ্তি

পপী কলিতা সকলো মানুহৰে জীৱনত কম–বেছি পৰিমাণে তৃপ্তি–তৃপ্তি থাকে৷ মানুহৰ নিজৰ কামৰ মাজতে থাকে তৃপ্তি–তৃপ্তি৷ কেতিয়াবা আমি এটা কামত যদি তৃপ্তি বা সন্তুষ্টি অনুভৱ কৰোঁ, আকৌ কেতিয়াবা কিবা এটা কামত নাহবা কিবা এটা কাৰণত অতৃপ্তি বা অসন্তুষ্টি…

সিদ্ধার্থ

মাণিক পাল প্রাচীন চীনা দার্শনিক লাওৎসেই কৈছিল যি মানুহে আনক জানে, তেওঁ বুদ্ধিমান, যি মানুহে নিজক জানে তেওঁ প্রজ্ঞাৱান ৷ লাওৎসেৰ এই কথাষাৰ হুবহুভাৱে প্রতিফলিত হৈছে প্রসিদ্ধ জার্মান লেখক হাৰমান হেছৰ জনপ্রিয় উপন্যাস সিদ্ধার্থৰ মূল চৰিত্র…

অসমত বিহু সন্মিলন

ডঃ অনিল শইকীয়া ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ক্রমে ক্রমে ইংৰাজসকলে অসমৰ শাসনভাৰ নিজ হাতলৈ নিলে ৷ লাহে লাহে অসমত বাণিজ্য বিস্তাৰ কৰিলে আৰু চাহ খেতিৰ পৰা আৰম্ভ কৰি তেল–কয়লা উদ্ঘাটনলৈকে নানান অর্থনৈতিক কাম আৰম্ভ কৰিলে ৷ অসমৰ সম্পদসমূহ…

বাসন্তী উছৱৰ উছাহ

বিশ্বব্যাপী প্রচলিত ৰোমাঞ্চকৰ পৰম্পৰাত এভুমুকি স্বপ্না  দাস বসন্ত ঋতু সৃষ্টিৰ এক অন্য নাম ৷ সৃষ্টিৰ পথাৰত হেঁপাহৰ বীজ সিঁচি পূর্ণতাৰ প্রতিশ্রুতি কঢ়িয়াই বসন্ত আহে ৷ প্রকৃতিক নৱ ৰূপত সজাই–পৰাই তুলিবলৈ ধূলিয়ৰি ফাগুনৰ ৰুক্ষ আৱৰণ খহাই বৰষুণৰ…

কেৰিয়াৰ হিচাপে ফটোগ্রাফী

ডঃ  বুলজিৎ বুুাগোহাঁহ ফটোগ্রাফীক বহুতে হবী হিচাপে গ্রহণ কৰা দেখা যায় ৷ কিন্তু ফটোগ্রাফীক কেৰিয়াৰ হিচাপেও লব পাৰে৷ ফটোগ্রাফীৰ কেৰিয়াৰ গিিবলৈ পাঠ্যক্রম অধ্যয়ন কৰিবহ লাগিব বুলি কথা নাই ৷ কিন্তু ফটোগ্রাফীৰ বা হয়াৰ আনুষংগিক ক্ষেত্রৰ পাঠ্যক্রম…

গ্লুটেনযুক্ত–মুক্ত খাদ্যৰ ব্যৱহাৰ

গ্লুটেন হৈছে বহুতো ঘেঁহুৰ শস্য, ঘেঁহু  ডালিয়া, ডুৰাম, বার্লি, ৰাই, ট্ৰাইটিকেল আৰু ওটছতো পোৱা প্রাকৃতিক প্রটিন ৷  গ্লুটেন মূলতঃ গ্লিয়াডিন আৰু গ্লুটেনিন নামৰ দুবিধ প্রটিনেৰে গঠিত৷ উচ্চ গ্লুটেনযুক্ত আটাত প্রটিন বেছি থাকে আৰু ইয়াক প্রায়ে খাদ্যত…

সৌন্দর্য ক্ষেত্রত স্নানৰ গুৰুত্বতা

স্নান সৌন্দর্য চর্চাৰ এটা অতি আৱশ্যকীয় কথা ৷  মানৱ সভ্যতাৰ লগত প্রাচীন কালৰ পৰাই স্নানৰ ওতপ্রোতভাৱে জড়িত থকাৰ প্রমাণ হিচাপে আমি যদি চাব যাওঁ দেখা পাওঁ যে প্রাচীন কালৰ স্নানাগাৰৰ ধবংসাৱশেষ আৰু স্নানৰতা নাৰীৰ ভাস্ক্র্য ৷  আমি নিজেও অনুভৱ…