Thursday, January 30, 2020
Home সাফল্য গাঁথা

সাফল্য গাঁথা

শেহতীয়াকৈ বলীউডৰ বহুলভাৱে চৰ্চিত ছবি হৈছে পেডমেন। আচলতে নাৰীৰ কিছু গোপন অধ্যায় মুকলিকৈ দেখুৱাইছিল অথবা দেখুৱাবলৈ সাহস কৰিছিল ছবিখনৰ পৰিচালক আৰ বালাকৃষ্ণনে। ছবিখনত আছিল প্ৰতিগৰাকী নাৰীয়ে মাহটোৰ কেইটামানদিন ভোগা কিছু সমস্যা আৰু লগত জড়িত কিছু নীতি-নিয়ম ইত্যাদিক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনীভাগ আগবাঢ়িছিল। ছবিখনৰ মূল ভূমিকাত আছিল অক্ষয় কুমাৰ আৰু...
মেডিকেল কলেজ হোষ্টেলৰ আনঅফিচিয়েল ষ্ট'ৰী টেলাৰগৰাকী-ডাঃ সান্ত্বনা বৰদলৈ আঘোণৰ সেমেকা গধূলি মহানগৰীৰ আমণিত কোলাহলক ভেঙুচালি কৰি সগৰ্বে মূৰ দাঙি থকা এটা আটকধুনীয়া গৃহ। গুৱাহাটী উজানবজাৰৰ এই গৃহটোৰ ওপৰতলাৰ সন্মুখত আছে নয়নজুৰোৱা ঘাঁহনিৰ সৈতে গছ-লতিকা আৰু ফুলৰ বাগিচা। ৰম্যপুৰীত গৃহটোৰ গৃহকৰ্মীও এগৰাকী অনন্য সাধাৰণ নাৰী। যাৰ ব্যক্তিত্বত প্ৰতিভাত হয় স্বকীয় নাৰীসত্তা।...