Thursday, November 14, 2019
Home জুনৰ সংখ্য়াত

জুনৰ সংখ্য়াত

আমাৰ দৰে সৰ্বসাধাৰণ মানুহৰ ঘৰবোৰত এনে অনেক বস্তু চুকে-কোণে সোমাই থাকে, যিবোৰ জীৱনত কোনোদিনে ব্যৱহাৰ নহয় বুলি জানো, তথাপি আমি পেলাই নিদিওঁ অথবা পেলাই দিবলৈ আমাৰ সত নাযায়।...Read More
হেল্ল' হেল্ল' ....অবিনাশ...। অবিনাশ মই তাপসে কৈছোঁ শিলচৰৰ পৰা। অবিনাশ তোমাৰ কি খবৰ ? বহুত দিন ধৰি তোমাৰ একো খবৰ নাই । আজি সঞ্জয়ক ফোন কৰিছিলোঁ । তাৰ পৰাই তোমাৰ নম্বৰটো পালোঁ।...Read More 
আমাৰ সমাজৰ এটা বৰ গুৰুত্বপূৰ্ণ শব্দ হৈছে- "Success", কৃতকাৰ্যতা। এজন মানুহক দিব পৰা সৰ্বশ্ৰেষ্ঠ সন্মান হ'ল এই বাক্যটো - 'He or She is a successful person', 'ব্য়ক্তিজন জীৱনত কৃতকাৰ্য'। কিন্তু এই শব্দটোৰ অৰ্থ কি ? কৃতকাৰ্যতা মানে কি ? কি ইয়াৰ ব্যাখ্যা ? কৃতকাৰ্য ব্যক্তিৰ সূত্ৰ কি ? ... Read More
প্ৰতিগৰাকী পুৰুষ-মহিলাই ধুনীয়া হৈ থাকিব বিচাৰে। আকৰ্ষণীয় হোৱাৰ বাসনা বৰ্তমান যুগত প্ৰতিযোগিতা হিচাপেহে ধৰা দিয়া পৰিলক্ষিত হয়। অতীজৰ পৰা সৌন্দৰ্যৰ কাৰণে বিভিন্ন আয়োজন, পৰিঘটনা, ইতিহাসৰ পাতত পোৱা যায়।...Read More
সফলতাৰ ব্যঞ্জনা অলেখ, ভিন ভিন মানুহৰ কাৰণে ভিন ভিন অৰ্থ বহন কৰে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষাৰ ফল ভাল কৰাটোৱেই হ'ল সফলতা, এজন খেলুৱৈৰ বাবে সফলতা হ'ল প্ৰতিযোগিতাত প্ৰথম হোৱাটো। সেইদৰে এজন লেখকে ভাবে তেওঁৰ কিতাপ যিমানেই চলে, তেওঁ সিমানেই সফল।...Read More
স্নিগ্ধশিখাই আইনাখনৰ সন্মুখত থিয় হৈ চালে ভালকৈ। নাকত বিন্দু বিন্দুকৈ সেন্দূৰ ছিটিকি পৰিল। ফোঁটটো অনামিকা আঙুলিটোৰে লওঁতে এইদৰে নাকত এলপ সেন্দূৰ পৰেই তাইৰ।...Read More
আজিৰ তাৰিখত আয়ুৰ্বেদ চিকিৎসা পদ্ধতিয়ে পঞ্চকৰ্ম বিষয়ক কেৱল পাঁচটা কৰ্মৰ মাজতেই সাঙুৰি ৰখা নাই । বৰঞ্চ বিভিন্ন ধৰণৰ পূৰ্ব-প্ৰধান-পশ্চাদ কৰ্মসমূহক কৌশল প্ৰণালীৰে নানবিধ ৰোগৰ বাবে ব্য়ৱহাৰ কৰি আহিছে।...Read More
এজন ব্য়ক্তিৰ মনোভাব তেওঁৰ আচৰণত প্ৰকাশ পায়। ব্য়ক্তি এজনৰ কোনো এটা বিষয়ৰ প্ৰতি মনোভাব ইতিবাচক, নেতিবাচক বা নিৰপেক্ষ হ'ব পাৰে। মনোভাবে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলায়। ...Read More
নীলা, বেঙুনীয়া, গুলপীয়া, সেউজীয়া কি ৰঙে শুৱাব বুলি ভাবিবলৈ আহৰি নাথাকে তেতিয়া। প্ৰকৃতিৰ সান্নিধ্য়ই জীৱনক নতুন ৰূপত সজায়। যেনেকৈ পথৰ কাষ সজায় কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰুৰ উজ্জ্বলতাই।...Read More
জুইত গলা সোণৰ চিকমিকনিয়েহে মানুহক আৰ্কষণ কৰে। মহামূল্য ৱান সোণৰ অলেকাৰলৈ হেঁপাহো  দুৰ্বাৰ। সকলো সোণ হ'বও নোৱাৰে।....Read More