Saturday, November 16, 2019
Home ছেপ্তেম্বৰ মাহৰ সংখ্যাত

ছেপ্তেম্বৰ মাহৰ সংখ্যাত

পদুলিৰ দুয়োকাষে দুজোপা গছ । এজোপা আঁহত আৰু আনজোপা বকুল। ইমান শকত গাৰ বকুল গছ আগেয়ে মই দেখাই নাই। গে'টখন খুলি দিলে ৰমেশে।...Read More
স্বাধীনতা দিৱসৰ দিনা ছবিগৃহৰ পৰ্দাত  মুক্তি লাভ কৰিলে হিন্দী ভাষাৰ বহু চৰ্চিত ছবি 'মিছন মংগলে' । ভাৰতীয় বিজ্ঞানীসকলৰ কৃতকাৰ্যতাৰ কাহিনীৰে নিৰ্মিত ছবিখন পৰিচালনা কৰিছে জগন শক্তিয়ে।...Read More
মহানগৰীৰ জু-ৰোডস্থিত 'ছানৰাইজ ৰিগেঞ্চি' । নবীন নগৰৰ শান্তিপথত থকা 'ছানৰাইজ ৰিগেঞ্চি'ৰ দ্বিতীয় মহলাত থকা উত্তম ভট্টাচাৰ্য আৰু দীপাঞ্জলি ভট্টাচাৰ্যৰ সুন্দৰ ফ্লেটটোৱে এইবাৰ সপোনৰ ঘৰ শিতানত স্থান পাইছে।...Read More
হাঁহি-ধেমালি, ৰং-ৰহইচ, বিনোদন, মনোৰঞ্জন আদি মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ । আহাৰ-নিদ্ৰা-মৈথুনৰ লগতে আমাদ-উপভোগে জীৱনৰটো সজীৱ কৰি তোলে।....Read More
ফাঁচীবজাৰৰ বাছষ্টপত আজি বৰ ভিৰ লাগিছে। ফাঁচীবজাৰত বজাৰ-সমাৰ কৰি ৰঞ্জনা বাছষ্টপলৈ আহিল। বাছষ্টপত থকা চালিখনৰ তলত যাত্ৰীৰ ভিৰ দেখি আৰু উৎকট গৰমৰ বাবে ষ্টপৰ পৰা অকণমান আগুৱাই আহি হাতত নিয়া ছাতিটো মেলি থিয় দিলে। ...Read More
মানৱ জাতি সৌন্দৰ্যপ্ৰিয়। সেয়া লাগিলে বাহ্যিক হওক বা আভ্যন্তৰীণে হওক। মানৱ জাতি সৌন্দৰ্যপ্ৰিয় হোৱা বাবে অতীজৰে পৰা নিজৰ শৰীৰৰ যতন লৈ আহিছে। কেনেধৰণৰ খাদ্যবস্তুই মানৱ জাতিৰ উপকাৰ কৰে, তাৰ প্ৰতি অতীজৰে পৰা সচেতন হৈ আহিছে।...Read More
অসমৰ জলবায়ুত বিভিন্ন ধৰণৰ ফল উৎপাদন হয়। আহাৰ, শাওণ মাহত আম, কঁঠাল, মাটিকঁঠাল, মধুৰী আদি ফলেৰে ঘৰৰ বাৰী ভৰি পৰে। ইয়াৰে কেতবোৰ ফল কেঁচা, পকা দুয়োধৰণে খোৱা হয় আৰু আনকি কিছুমান ফলৰ গুটিবোৰো আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। ...Read More
ঘৰ এখনৰ প্ৰত্যেকটো কোঠাৰ বিষয়ে বহুখিনি কথাই আলোচনা কৰা হ'ল। পদূলিমুখৰ পৰা পাকঘৰ, বাথৰুম, শোৱনি কোঠা, ইত্যাদি কোঠা সজোৱাৰ সৰু-বৰ উপায়সমূহৰ বিষয়ে আমি জানিলোঁ। ...Read More