শুৱালকুছিৰ বস্ত্ৰশিল্পৰ এক অৱলোকনঃ জ্যেষ্ঠৰ পৰা নতুন প্ৰজন্মলৈ
দিলীপ মেধি
“এক গাওঁ এক শিল্প“ ৰ অনন্য উদাহৰণ শুৱালকুছি ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে অৱস্হিত কামৰূপ জিলাৰ এখন ঘন জনবসতিপূৰ্ণ গাওঁ শুৱালকুছি ৷ ভাৰতৰ বহু কেইটা বৈচিত্ৰময় থলুৱা উদ্যোগৰ অন্যতম হল শুৱালকুছিৰ বস্ৰশিল্প ৷ বিশুদ্ধ পাট-মুগাৰে অসমৰ…