ভৰিৰ যত্ন আৰু কিয় ইমান গুৰুত্বপূৰ্ণ ?

16
ডাঃ সুদীপ্ত দত্ত দাস 
 MBBS(GMCH),FAM,নতুন দিল্লী DAM(কানাডাৰ ব’ৰ্ড)
 পৰামৰ্শদাতা  নান্দনিক ক্লিনিক,  স্বাগত চিকিৎসালয় 
ভৰিৰ  যত্ন লো ৱাটো কিয় জৰুৰী 
 আমি দেহৰ যতন লওঁ ঠিকেই কিন্তু আমি মুখ হাতৰ যতন বহুত বেছি লওঁ তাৰ মাজৰ আমাৰ দেহৰ সম্পূৰ্ণ ভৰ লোৱা এই ভৰি দুখন ৰ কিন্ত যত্ন ত কিছু হলেও হেমাহি কৰোঁ। এই ভৰি কেইটা অমৰ শৰীৰৰ অবিচ্ছেদ্য অংগ।
প্ৰমুখ অংগো বুলি কওঁ মই, কিয়নো আমাৰ ভৰ, আমাৰ সমষ্ট ওজন এই ভৰিকেইটা এই বহন কৰে।
আমাৰ ভৰিৰ যত্ন লোৱাটো আমাৰ শৰীৰৰ বাকী অংশৰ যত্ন লোৱাৰ দৰেই গুৰুত্বপূৰ্ণ হব লাগে। কিন্তু আমাৰ প্ৰায়ে উপেক্ষা কৰা হয় এই ক্ষেত্ৰত, আমাৰ ভৰি দুখনে আমাক দিনটো কঢ়িয়াই ফুৰে, শৰীৰৰ ভৰ বহন কৰে। সেয়েহে আমাৰ ভৰি দুখনৰৰ যত্ন লোৱাটো আমাৰ অতি প্ৰয়োজনীয়।
যেনেকে আমাৰ গোটই গাটোৰ ছাল ভাল ৰখা টো  জৰুৰী,ভৰি  কেইটাক ও মৰম কৰি যত্ন লই ধুনীয়া কৰি ৰখাটো খুব জৰুৰী।
কিয়নো,আমাৰ ভৰিকেইতা যেতিয়া সুস্থ আৰু ভালকৈ গ্ৰুম কৰা হয় থাকে আমি কনফিডেন্স  আৰু সুন্দৰ চেণ্ডেল এযোৰ  পিন্ধিবো পাৰো কোনো  সংকোশ নোহোৱাকৈ।
ভৰিৰ যত্ন  লবলই কি কি কৰিব লাগে আজি মই সেইখিনি কথা কবলৈ  উলাইছোঁ।
🔶ভৰি ৰ কাৰণে সবাটোতকৈ  জৰুৰী হয় আৰামদায়ক,ভাল, উন্নত  মানৰ জোতা পিন্ধাটো। যাতেই ভৰি খনৰ  ছাল খনে  উশাহ লব পাৰে,আৰু কোনো ধৰনৰ ঘহনি নুখুৱাকৈ,  আহত নোহোৱাকৈ খোজ কাঢ়িব পাৰে।
🔶ভৰি খনক সদই এটা মৃদু চাবোন বা মইশ্ব’ৰাইজিং বডি ৱাছ এ ৰে পৰিষ্কাৰ কোৰা উছিট।
🔶 ⁠নিয়মীয়াকৈ হ ভৰি কেইটাৰ এক্সফোলিয়েচন কোৰা তু খুব জোৰুৰি,মৃত ছাল  ভোৰিট খুব বেছি কৈ  নিয়মিতভাৱে জমা হৈ থাকে,আমি খোজ  কাঢ়ি থকা ভৰি কেইটা ই আমাৰ উজন লয় থকা গছ কাৰোনে।আমি ফুট ফাইল,পিউমিচ ষ্টোন বা স্ক্ৰাব ব্যৱহাৰ কৰি মৃত ছাল সাপ্তাহিকভাৱে আঁতৰাই ৰাখিব  লাগে। ইয়াৰ বাবে আপুনি ভাল ব্ৰেণ্ড ৰ ফুট scrub ব্যৱহাৰ কৰিব পাৰে। স্ক্ৰাবে আপোনাৰ ভাগৰুৱা ভৰিবোৰ এক্সফলিয়েট, ময়েশ্চাৰাইজ আৰু পুনৰুজ্জীৱিত কৰিব পাৰে। যাৰ ফলত সেইবোৰ কোমল, মসৃণ আৰু সতেজ হৈ পৰে।
🔶.Cleaning বা ধোৱাৰ পাছত ভৰিখনি শুকুৱাবলৈ  চাফা গামোছা বা টাৱেল ব্যৱহাৰ কৰিব। এই কথা খুব ডৰকাৰী কিয়নো তিতি  থাকিলে ভৰিৰ আৰ্দ্ৰতা হেৰাই দিয়া আৰু ব ভৰিৰ ছাল  সংক্ৰমণ হয়।
🔶শুকুৱাই লোৱা ভৰি কেইটাক খুব ভাল দোৰে প্ৰত্যেক বাৰ উন্নত মানৰ মইশ্বৰাইজ ব্যৱহাৰ কৰাটো খুব প্ৰায়জন।
🔶মনত ৰাখিব Moisturisers bur জেন মাখন ভিত্তিক,ডাঠ moisturisers hoi, tene ক্ৰীম
বাছি লওক।  লগতে যেন emollient, humectant aru occlusive এজেন্ট মইশ্ব’ৰাইজাৰ tut.
🔶ভাল ভৰি মইশ্ব’ৰাইজাৰ এটাত শ্বিয়া বাটাৰ, lanolin, ক’ক’ বাটাৰ nisina emollients thaake. সেই কথাত গুৰুত্ব দিব।
🔶হিউমেক্টেণ্ট যেনে গ্লিচাৰিন,মৌ,ইউৰিয়া,হায়ালুৰক এচিড,এলোভেৰাৰ উপাদান থাকিলে ভাল।
🔶অক্লুছিভ এজেণ্ট জেনে পেট্ৰলিয়াম জেলী, তেল, মাখন, স্কোৱালিন, বিজৱেক্স যুক্ত উপাদান থাকিলে ভাল।
বিজৱেক্স (মৌমাখিৰ মমে) ছালত সুৰক্ষামূলক স্তৰ সৃষ্টি কৰিব পাৰে।  ইয়াৰ উপৰিও ই এটা humectant , অৰ্থাৎ ই পানীক আকৰ্ষণ আৰু বান্ধি ৰাখে।  এই দুয়োটা গুণে ছালখনক হাইডড্ৰেত কৰি ৰখাত সহায় কৰিব পাৰে।  মৌমাখিৰ মমে আপোনাৰ ছালখন কোমল আৰু হাইড্ৰেটেড কৰি ৰাখিবলৈ দুগুণ বেছিকৈ  কাম কৰিব পাৰে।
🔶এইবোৰ  উপাদান  ভাল ফলপ্ৰসূ মইশ্ব’ৰাইজাৰত থাকিলে ভাল, তেতিয়া মইশ্ব’ৰাইজাৰ প্ৰভাৱ দিৰ্গম্যদি হয়।
🔶ইয়াৰ বাহিৰে আমি ৰাতি সদায় ই এটা ভাল ফুট ক্ৰীম, যিটো উপৰত উল্লেখ কৰা উপাদান খিনি থাকে, এনে উপাদান যুক্ত ক্ৰীম ৰাতি লগাই শুলে আমাৰ ভৰিৰ ছাল ক্ষনক মেৰামতি কৰিব পাৰে। সদায় ৰাতি ভৰি দুখন কুহুমীয়া পানীৰে ধুই মঈশ্বৰাইজৰ লগাব। কাৰণ  দিনটোৰ ক্লান্তি দুৰ হয় ৰাতি ভাগত, ভৰি দুখন নেও এই সময়ত আৰাম পায়।
🔶ভৰি কেইটাক আমি ঠাণ্ডা পৰিৱেশ বা ৰুক্ষ বতৰৰ পৰ বছাই থব লাগে যিতুৰ কাৰনে ভাল ঢাকি থোৱা জোতা আৰু মোজা ব্যৱহাৰ  কোৰিব লাগে। উন্মুক্ত সেণ্ডেল নিপিন্ধাই ভাল।
🔶কপাহী মোজা  বাছি লওক। কপাহ মোজা পিন্দ্ধিলে ভৰি বহু সমস্যা যেনে ভৰি ঘমা , দুৰ্গন্দা বহু খিনি ৰোধ   কৰিব পাৰে ।গতিকে কপাহী মুজা ই ছাল ৰ কাৰণে স্বাস্থ্যকৰ।
আৰু breathable উপাদান হয়। আমি নাইলন বা স্যিন্থেটিক কাপোৰৰ মুজা কিনাটো সদাই পৰিহাৰ কৰিব লাগে।
🔶লগতে ভৰিৰ ছাল খন  যেন গাৰ ছাল নিচিনাকৈ  স্বাস্থ্যকৰ হৈ থাকে তাৰ বাবে নিয়মিত antioxidants jene ভিটামিন ই,বি কমপ্লেক্স,Omega 3 ফেটি এচিড,ভিটামিন ডি, জিংক, চেলেনিয়াম, আইৰণ  টেবলেট গ্ৰহণ কৰিব লাগে।
তদুপৰি antioxident: খুবেই জৰুৰী ভিটামিন চি সমৃদ্ধ ফল খাব । ই মুক্ত ৰেডিকেলৰ সৈতে যুঁজ দিয়াত সহায় কৰে। যিয়ে ছালৰ বয়স বৃদ্ধি ত্বৰান্বিত কৰিব পাৰে, আপোনাৰ ভৰি যৌৱনময় আৰু উজ্জ্বল কৰি ৰাখে।
🔶নিয়মিত ভিত্তিত পেডিকিউৰ কৰি থাকিলে ভৰি কেইতা ভাল দৰে ৰক্ষণাবেক্ষণ কৰি থব পোৰা যায়।
🔶 ⁠ভৰিৰ নখ কেইটাক স্বাস্থ্যকৰ উন্নত মানৰ নখ পলিচ  হব লাগে আৰু মাজে মাজে নখ পলিচ আঁতৰাই ৰাখিব লাগে যাতে নখকেইটাই ই উশাহ লব  পাৰে ।
🔶মনত ৰাখিব সুখী ভৰি দুখনে সুখী ব্যক্তিত্ব প্ৰতিফলিত কৰে!
You might also like

Comments are closed, but trackbacks and pingbacks are open.