প্ৰাচীন কালত অসমত থলুৱাভাৱে প্ৰস্তুত কৰা প্ৰসাধন সামগ্ৰীবোৰ অংগসজ্জাত ব্যৱহাৰ হৈছিল। গতিকে সেই সময়ত প্ৰসাধন শিল্প প্ৰচলিত আছিল বুলি গম পোৱা য়ায। আমি ক’ব বিচাৰিছোঁ কিছুমান প্ৰসাধন সামগ্ৰী মানুহে প্ৰকৃতিজাত ফুল, পাত, ফল, কলি আদিৰ পৰা প্ৰস্তুত কৰিছিল। এই প্ৰসাধন সামগ্ৰীবোৰৰ নানা ঔষধ গুণো আছিল।….. Read More
Prev Post
Next Post
You might also like