আমাৰ-বিষয়ে
জীৱনশৈলী গত মাহেকীয়া আলোচনী আইনা জীৱনৰ।
প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড পৰা প্ৰকাশিত আইনা জীৱনৰ আলোচনী খনে চালিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ কৰিলে সফলিমন্দিত ছয় ত বছৰ।
উল্লেখ্য যে ছপা মাধ্যমত এখন জীৱন শৈলী গত আলোচনী তথা প্ৰতিটো স্তৰ ৰ লোকে পঢ়িব পৰাকৈ এখন আলোচনী ৰ অভাৱ আছিল। সেই কথা উপলব্ধি কুৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডে ৰ মুখ্য পৰি চলন সঞ্চালিকা ৰিনিকি শৰ্মা ভূঁইয়া নেতৃত্বত এখন আলোচনীৰ আত্মপ্ৰকাশ ঘটে
নাম দিলে আইনা জীৱনৰ।
সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত ই।
সময়ৰ দ্ৰুতগতিত আলোচনী খনেই পাঠক সমাজৰ বিপুল সমাদৰ লাভ কৰে।
পঢ়ুৱৈ ৰুচি উপৰত গুৰুত্ব প্ৰদন কৰী গল্প, প্ৰবন্ধ, উপন্যাস,খাদ্য, ফেশ্বন, গৃহসজ্জা, সৌন্দৰ্য, কেৰিয়াৰ, ভ্ৰমন কাহিনী, শিশুসকলৰ বাবে আকৰ্ষণীয় শিতান , সাহিত্য, পৰ্যটন ক্ষেত্ৰ, খেল, আদিকে ধৰি প্ৰায় কুৰিটা শিতান সনিবিষ্ট আলোচনী খনে পাঠকৰ হৃদয় জয় কৰি সপ্তম বছৰত ভৰি দিলে।
সপ্তম বছৰৰ আৰম্ভণিতে পাঠক সমাজক কৃতাগুতা জ্ঞাপন কৰি
আলোচনী খনন্ত আৰু নতুন নতুন তথ্য সম্বলিত তথা বহুতো পথনিয় শিতান আগলৈ সন্নিবিষ্ট কৰি ইয়াক আৰু অধিক ৰুচি সম্পন্ন কৰি তুলিব বুলি মত ব্যক্ত কৰে আলোচনী খনিৰ সম্পাদক পাৰ্থ সাৰথি মহন্ত ই।