বন্দুত্ব, এটি মিঠা অনুভূতি

ব্য়ক্তিৰ জীৱনত বন্ধুত্ব সম্পৰ্কৰ এক সুকীয়া স্থান আছে। প্ৰতিজন ব্যক্তিয়ে জীৱনৰ বাটত বিভিন্ন ব্যক্তিৰ সান্নিধ্য লাভ কৰে যদিও প্ৰকৃতাৰ্থত তাৰে মাজত কিছু ব্যক্তিহে বন্ধুত্বৰ তালিকাত অন্তৰ্ভুক্ত হয়। শিশুকালত প্ৰতিজন ব্যক্তিৰে প্ৰথম বন্ধুত্ব নিজ মাতৃ-পিতৃৰ লগত আৰম্ভ হোৱাৰে পৰা ঘৰ-পৰিয়ালৰ অন্যান্য ব্যক্তি তথা ওচৰ-চুবুৰীয়া সকলো বন্ধু ভাবত লয়। কিয়নো ল’ৰালিকালত শিসুৰ মনত বন্ধু বুলিবলৈ বয়স আৰু সম্পৰ্কৰ কোনো ব্যৱধান নাথাকে, শিশুৱে যাৰ লগতেই খেলা-ধুলা, হাঁহি-ধেমালি কৰে তেওঁকেই…..Read More

You might also like

Leave A Reply

Your email address will not be published.