পাৰ্থৰ সেই দহটা দিন

যোৱা বছৰ অক্টোবৰ মাহৰ তিনি তাৰিখে আমি মানে মই আৰু মোৰ স্বামী দনি ৱেষ্টাৰ্ন আষ্টেলিয়াৰ পাৰ্থ চহৰলৈ যাম বুলি ঠিক কৰিলোঁ। পাৰ্থত মোৰ ভতিজা নেন্সী জোঁৱাইসহ থাকে। দুয়ো তাৰে মাইনিং কোম্পানীত কৰ্মৰত বাবে সিহঁত এতিয়া তাৰে বাসিন্দা। সেয়ে সিঁহতৰ নিমন্ত্ৰণক্ৰমে ৩ অক্টোবৰৰ পুৱা গুৱাহাটীৰ পৰা কিছু দূৰৈত থকা হোটেল কৃষ্ণা ইন্টাৰনেচনেলত দিনটো কটাই ৰাতি এঘাৰমান বজাত….. Read More

You might also like

Leave A Reply

Your email address will not be published.