খোপাত হাঁহে চন্দ্ৰকলা ভৰিত নেপূৰ নিয়ৰমালা

ভাৰতৰ বহুতো শ্ৰেষ্ঠ সাহিত্য ৰচনাৰ কেন্দ্ৰবিন্দু শৰৎ ঋতু। সজীৱ প্ৰকৃতিয়ে শংকৰদেৱ, কালিদাস, ভৱভূতি, ৰবি ঠাকুৰৰ দৰে কবিৰ হাতত অমৰত্ব লাভ কৰিছে। কিন্তু আটাইকেইটা ঋতুুৰ ভিতৰত শৰৎকালৰ স্নিগ্ধতাই কবি-গীতিকাৰসকলৰ হৃদয়ত যুগ-যুগান্তৰ ধৰি সুকীয়া আসন পাতি বহিছে।…..Read More

You might also like

Leave A Reply

Your email address will not be published.