আধাৰ সত্ৰৰ পৰা আলোকৰ জয়যাত্ৰা

মানুহজন অতি সহজ-সৰল আৰু মৰমিয়াল। নেহৰু খুৰাৰ দৰে সৰু সৰু ল’ৰা-ছোৱালীক ভাল পায়। মাজনী, সোণজনী, আইজনী, সোণটো বুলিহে কণ কণহঁতক সম্বোধন কৰে আৰু কণমানিহঁতেও যেন তেওঁক হিয়া উজাৰি ভাল পায়, শ্ৰদ্ধা কৰে, সন্মান কৰে। অতিকৈ অমায়িক, মৃদুভাষী তথা মানৱপ্ৰেমী ব্যক্তিজন আন কোনো নহয়, তেওঁ হৈছে অসমৰ সাংস্কৃতিক জগতত ভোটাতৰাস্বৰূপ নৃত্যাচাৰ্য যতীন গোস্বামী। Read More

You might also like

Leave A Reply

Your email address will not be published.